• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাইলৈৰ পৰা ডিফুৰ তাৰালাংচ’ত আৰম্ভ হ’ব কাৰ্বি যুৱ মহোৎসৱ

নংগি তেৰাং by নংগি তেৰাং
February 14, 2018 11:18 pm
karbi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈৰপৰা আৰম্ভ হ’ব কাৰ্বি যুৱ মহোৎসৱ। আয়োজক কাৰ্বি কালচাৰেল ছ’চাইটিয়ে জনোৱা মতে এই মহোৎসৱ উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ জনজাতীয় মহোৎসৱ।

এইবাৰৰ ৪৪ সংখ্যক মহোৎসৱৰ বাবে ইতিমধ্যেই মহোৎসৱথলী ডিফুৰ তাৰালাংচ’ৰ কাৰ্বি ৰাজহুৱা প্ৰেক্ষাগৃ্হ চৌহদত বিভিন্ন শিৱিৰ আৰু মঞ্চসমূহ সাজু কৰি তোলা হৈছে।

কাইলৈৰ আৰম্ভণি দিনা মহোৎসৱত কাৰ্বি ৰজা ৰামছিং ৰংহাং উপস্থিত থাকিব।

থাইলেণ্ডৰ পৰা অহা শিল্পীৰ দলে ১৮ ফেব্ৰুৱাৰিত মহোৎসৱত নৃত্য পৰিৱেশন কৰিব। ১৯ ফেব্ৰুৱাৰিত এখন ফেশ্বন শ্ব’ৰ আয়োজন কৰা হৈছে।

১৯ ফেব্ৰুৱাৰিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতিথি হিচাপে এই মহোৎসৱত ভাগ ল’ব।

আয়োজকে এইবাৰৰ মহোৎসৱত প্ৰায় ১ নিযুত লোকে অংশগ্রহণ কৰিব বুলি আশা কৰি আছে।

কাৰ্বি লোকসংস্কৃতি প্ৰদৰ্শনৰ অন্যতম মঞ্চ হিচাপে পৰিচিত মহোৎসৱত ৰাজ্যখনৰ আন বহু জনগোষ্ঠীয়েও অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে ১৯৭৪ চনত কেইজনমান উদ্যমী কাৰ্বি যুৱকৰ প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হৈছিল।

তাৰ পাছত ১৯৭৭ চনৰ ৩০ জানুৱাৰীত কাৰ্বি কালচাৰেল ছ’চাইটিৰ জৰিয়তে মহোৎসৱখনে এক অনন্য মাত্ৰা লাভ কৰিবলৈ সক্ষম হয়।

নংগি তেৰাং

নংগি তেৰাং

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ পৰা বিতাড়নৰ কৰা হ’ল ১৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰী : সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে

অসমৰ পৰা বিতাড়নৰ কৰা হ’ল ১৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰী : সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে

September 8, 2025 7:30 pm
নেপাল: ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদত ১৪ জন নিহত, ৫০তকৈ অধিক আহত

নেপাল: ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদত ১৪ জন নিহত, ৫০তকৈ অধিক আহত

September 8, 2025 7:25 pm
ইউএপিএ গোচৰ! টিপিচি কেডাৰৰ জামিন আৱেদনত জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

ইউএপিএ গোচৰ! টিপিচি কেডাৰৰ জামিন আৱেদনত জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 6:49 pm
জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুই উগ্ৰপন্থী : আহত দুজন সেনা-জোৱান

জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুই উগ্ৰপন্থী : আহত দুজন সেনা-জোৱান

September 8, 2025 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ পৰা বিতাড়নৰ কৰা হ’ল ১৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰী : সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে

অসমৰ পৰা বিতাড়নৰ কৰা হ’ল ১৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰী : সদৰী কৰিলে মুখ্যমন্ত্ৰীয়ে

September 8, 2025 7:30 pm
নেপাল: ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদত ১৪ জন নিহত, ৫০তকৈ অধিক আহত

নেপাল: ছ’চিয়েল মিডিয়া নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদত ১৪ জন নিহত, ৫০তকৈ অধিক আহত

September 8, 2025 7:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd