• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে সদৌ বাথৌ মহাসভাৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
May 14, 2018 7:16 pm
All Bathou Mahasabha
119
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰ নগৰৰ বডোফা সাংস্কৃতিক ক্ষেত্ৰত অহা ১৫ আৰু ১৬ মে’ত দুদিনীয়া কাৰ্যসূচীৰে সদৌ বাথৌ মহাসভাৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰ হ’ব।

বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে ভৰপুৰ হ’বলগীয়া এই অনুষ্ঠানৰ বাবে উদ্যোক্তা সমিতিয়ে চলাই অহা ব্যাপক প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। উক্ত অধিৱেশনত ৪ হেজাৰতকৈ অধিক লোকৰ সমাগম হ’ব বুলি আশা কৰা হৈছে।

আজি এক সংবাদমেলত সাংবাদিকৰ সৈতে হোৱা কথা-বাৰ্তাত বাথৌ মহাসভাৰ আহ্বায়ক ল্যমছ্ৰাও দৈমাৰিয়ে কয় যে দেশ-বিদেশৰ ৪ হেজাৰতকৈ অধিক দৰ্শনাৰ্থীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই অধিৱেশনত নেপাল, বাংলাদেশৰ লগতে চুবুৰীয়া ৰাজ্য পশ্চিম বংগ, নাগালেণ্ড, অৰুণাচল প্ৰদেশৰ পৰা বহু লোক আহিব।

বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ১৬ মে’ত হ’বলগীয়া সামৰণি অনুষ্ঠানৰ মুকলি অধিৱেশনত মুখ্য অতিথি তথা সাংসদ বিশ্বজিত দৈমাৰি, সমাজ কল্যাণ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম, পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মকে ধৰি কেইবাগৰাকী নেতা বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকিব তেওঁ জানিবলৈ দিয়ে।

আনহাতে, অসম চৰকাৰ আৰু বি টি চি চৰকাৰে বাথৌ পূজাক ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰাৰ উল্লেখ কৰি ইয়াক ৰাষ্ট্ৰীয় বন্ধৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰক হেঁচা দিবলৈ হাগ্ৰামা মহিলাৰীক তেওঁলোকে স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি বাথৌ মহাসভাৰ উপদেষ্টা ড০ মংগলসিং হাজোৱাৰিয়ে কয়।

তেওঁ সমাজৰ সকলো অংশৰ লোককে উক্ত অধিৱেশনত উপস্থিত থাকি সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd