• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কামাখ্যা ৰে’ল ষ্টেইশ্যনত বৃহৎ পৰিমাণৰ গাঁজা জব্দ : আৰ পি এফে আটক কৰিলে ৫ জনক

এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী: by এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী:
December 2, 2017 3:25 pm
221
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ মালিগাঁৱৰ কামাখ্যা ৰে’ল ষ্টেইশ্যনৰ পৰা আজি ৰাতিপুৱা ৰে’ল সুৰক্ষা বাহিনী এক বৃহৎ পৰিমাণৰ গাঁজা জব্দ কৰিবলৈ সক্ষম হৈছে। ৰে’ল সুৰক্ষা বাহিনীয়ে আগৰতলাৰ পৰা গুৱাহাটী হৈ আগ্ৰালৈ লৈ যোৱাৰ পথত চোৰাংবেপাৰী কেইজনৰ পৰা ১০ বেগ অনা এই গাঁজাখিনি জব্দ কৰে। সুৰক্ষা বাহিনীটোৱে এই সন্দৰ্ভত দুগৰাকী মহিলাকে ধৰি মুঠ পাঁচগৰাকী লোকক আটক কৰিছে। আটক কৰা ব্যক্তি কেইগৰাকীক যুগ ত্ৰিপুৰা, বিক্ৰম ত্ৰিপুৰা, অমিত দেৱ বাৰ্মা, সংগীতা দেৱ বাৰ্মা আৰু সীমা দেৱ বাৰ্মা বুলি চিনাক্ত কৰা হৈছে।

Recent News

পাৰ্কলৈ মাতি ছুৰীৰে আঘাত কৰি হত্যা; ৰাজধানীত সহপাঠীয়ে নৃশংসভাৱে হত্যা কৰিলে যুৱতীক

পাৰ্কলৈ মাতি ছুৰীৰে আঘাত কৰি হত্যা; ৰাজধানীত সহপাঠীয়ে নৃশংসভাৱে হত্যা কৰিলে যুৱতীক

বানে জলা-কলা খুৱাইছে অসমৰ জনসাধাৰণক! বানৰ কবলত ৰাজ্যৰ ২২খন জিলা

বানে জলা-কলা খুৱাইছে অসমৰ জনসাধাৰণক! বানৰ কবলত ৰাজ্যৰ ২২খন জিলা

দিল্লীত বিৰল ৰোগৰ অস্ত্ৰোপচাৰ, পিত্তথলীৰ পৰা চিকিৎসকে উলিয়ালে ৮১২৫ টা পাথৰ!

দিল্লীত বিৰল ৰোগৰ অস্ত্ৰোপচাৰ, পিত্তথলীৰ পৰা চিকিৎসকে উলিয়ালে ৮১২৫ টা পাথৰ!

নীপকোৰ বান্ধৰ পৰা অঘোষিতভাৱে পানী এৰি দিয়াৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নীপকোৰ বান্ধৰ পৰা অঘোষিতভাৱে পানী এৰি দিয়াৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd