NORTHEAST NOW (Assamese)

কাৰ্বি আংলঙৰ ফুলনিত ভয়াৱহ অগ্নিকাণ্ড

November 19, 2017 7:05 am · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
Updated: November 19, 2017 2:44 pm

কাৰ্বি আংলঙৰ ফুলনিত ভয়াৱহ অগ্নিকাণ্ড। চক্ৰ বিষয়াৰ কাৰ্য্যালয়ৰ চৌহদত থকা তিনিখনকৈ দোকানত জুই লাগি লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হয়। অগ্নি নিৰ্বাপক বাহিনীয়ে এতিয়াও জুই নুমোৱাৰ চেষ্টা অৱ্যাহত ৰাখিছে।

Related News