• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰত বিনামূলীয়া পাঠ্যপুথি বিতৰণ 

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
December 18, 2017 5:31 pm
164
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি প্ৰদানৰ ক্ষেত্ৰত প্ৰতিবছৰে খেলিমেলি সংঘটিত কৰি অহা শিক্ষা বিভাগে এইবাৰ শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বেই বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্য আৰম্ভ হোৱাৰ সময়তে আজি কোকৰাঝাৰ শিক্ষাখণ্ডতো বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যৰ শুভাৰাম্ভ কৰা হয়। বিনামূলীয়া পাঠ্যপুথি বিতৰণ উপলক্ষে শ্যামগাঁৱত থকা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত আজি আয়োজিত হোৱা পাঠ্যপুথি বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দোতমা শিক্ষাখণ্ডৰ বিদ্যালয় উপপৰিদৰ্শক আৰ. জি বসুমতাৰী। নিজৰ ভাষণত বসুমতাৰীয়ে    চৰকাৰৰ পদক্ষেপক প্ৰশংসা কৰি শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বে পাঠ্যপুথিৰ যোগানে ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিব বুলি মন্তব্য কৰে । আনহাতে কোকৰাঝাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সৌমদৌন নাৰ্জাৰীয়ে বিগত বৰ্ষৰ তুলনাত এইবাৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ প্ৰক্ৰিয়া আগতীয়াকৈ আৰম্ভ হৈছে বুলি মন্তব্য কৰি কয় যে কোকৰাঝাৰ শিক্ষাখণ্ডত  ১৯৭৮০৪ কপি কিতাপৰ প্ৰয়োজন যদিও  তেওঁলোকে বৰ্তমানলৈকে ১৯৪৮০১ কপি কিতাপ হে বিতৰণৰ বাবে পাইছে। অৱশ্যে প্ৰয়োজনতকৈ কম হৈ থকা ৩০০৩ কপি কিতাপো শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বেই লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে ।

 

 

 

Recent News

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

‘আমি প্ৰথমে বিবেচনা কৰিব লাগিব যে ৰহিংগীয়াসকল অনুপ্ৰৱেশকাৰী নে শৰণাৰ্থী’- পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

‘আমি প্ৰথমে বিবেচনা কৰিব লাগিব যে ৰহিংগীয়াসকল অনুপ্ৰৱেশকাৰী নে শৰণাৰ্থী’- পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

শিক্ষক সৱলীকৰণ: শ্ৰীমন্ত শংকৰ একাডেমীত তিনিদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি

শিক্ষক সৱলীকৰণ: শ্ৰীমন্ত শংকৰ একাডেমীত তিনিদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ সফল সামৰণি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd