• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কোকৰাঝাৰৰ জিলা উপায়ুক্তক লগ ধৰি এন আৰ চিৰ অগ্ৰগতিৰ বুজ লয় তিনি সংগঠনৰ নেতৃবৃন্দই

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
December 21, 2017 3:28 pm
295
VIEWS
Share on FacebookShare on Twitter

এন আৰ চিৰ খছৰা তালিকা প্ৰকাশৰ দিন চমু চাপি অহাৰ সময়তে আজি আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্য, এবছুৰ সভাপতি প্ৰমোদ বড়ো আৰু গৰীয়া-মৰীয়া দেশীয় জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি নুৰুল হক সহিতে তিনিওটা সংগঠনৰ যৌথ প্ৰতিনিধি দলে আজি কোকৰাঝাৰৰ জিলা উপায়ুক্ত নিৰঞ্জন বৰুৱাক সাক্ষাৎ কৰি এন আৰ চিৰ অগ্ৰগতিৰ বুজ লয়। যৌথ প্ৰতিনিধিৰ দলটোৱে শুদ্ধ এন আৰ চি প্ৰস্তুত কৰণত দিনে-নিশাই কাম কৰি থকা বিষয়া-কৰ্মচাৰী সকলক কৃতজ্ঞতা জ্ঞাপন কৰি বিষয়া-কৰ্মচাৰীৰৰ এটা কলমৰ আঁচোৰে এতিয়া ৰাজ্যৰ খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যৎ নিশ্চিত কৰিব বুলি মন্তব্য কৰিছে। সংবাদমাধ্যমৰ আগত মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই অবৈধ বাংলাদেশীয়ে ভুল তথ্যৰে এন আৰ চিত নাম অন্তৰ্ভুক্তিকৰণ কৰিবলৈ প্ৰচেষ্টা কৰি আছে বুলি মন্তব্য কৰি কোনো কাৰণতে যাতে অবৈধ বাংলাদেশীৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নহয় তাৰ বাবে তন্ন তন্নকৈ পৰীক্ষা কৰাৰ আহ্বান জনায়।

ইপিনে সংবাদ মাধ্যমৰ আগত প্ৰমোদ বড়োৱে অবৈধ বাংলাদেশীয়ে ক্ৰমান্বয়ে অৰ্থনীতি, ৰাজনীতি আৰু সমাজ ব্যৱস্তাত খিলঞ্জীয়াৰ বাবে  ভাবুকি স্বৰূপ হৈ পৰিছে বুলি মন্তব্য কৰিj শুদ্ধ এন আৰ চি প্ৰস্তুত  কৰি খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ আহ্বান জনায়। গৰীয়া-মৰীয়া দেশীয় জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি নুৰুল হকেও বাংলাদেশী মুক্ত এন আৰ চি প্ৰস্তুত কৰণৰ দাবী উত্থাপন কৰিছে।

Recent News

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd