• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

খহনীয়াত জাহ যোৱাৰ উপক্ৰম পথ : বিচ্ছিন্ন হ’ব মাৰ্ঘেৰিটা-চাংলাঙৰ মাজত যোগাযোগ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
July 31, 2018 12:32 pm
মার্ঘেৰিটা
182
VIEWS
Share on FacebookShare on Twitter

অসম-অৰুণাচল প্ৰদেশ উভয় চৰকাৰৰ অকৰ্মণ্যতাৰ বাবেই শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ সদৰ চাংলাঙৰ সৈতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ যোগাযোগ শীঘ্ৰে বিচ্ছিন্ন হোৱাৰ দিশে আগবাঢ়িছে। উল্লেখ্য যে মাৰ্ঘেৰিটাৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অৰুণাচল প্ৰদেশৰ চাংলাং সংযোগী ৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ বিধ্বস্ত অৱস্থাৰ ফলত শীঘ্ৰে যাতায়ত বন্ধ হোৱাৰ উপক্ৰম ঘটিছে।

আনহাতে, গুৰুত্বপূৰ্ণ পথটোৰ নামদাং চাহ বাগিছাৰ গফ্ল ফিল্ডৰ সমীপত সৃষ্টি হোৱা বিধ্বংসী খহনীয়াৰ ফলত যাতায়তত তীব্ৰ সমস্যাৰ সৃষ্টি হৈছে। উক্ত অংশত পথটোৰ প্ৰায় ৬০ শতাংশ খহনীয়াত জাহ  যোৱাত সম্প্ৰতি উক্ত পথেৰে অহাযোৱা কৰা যান-বাহন বিলাকে মৰণত শৰণ দি পাৰাপাৰ হ’বলগীয়াত পৰিছে।

চাংলাং জিলাৰ চৰকাৰী বিভাগসমূহৰ মুখ্য কাৰ্যালয় এই চাংলাঙলৈ এই পথেদি দৈনিক বহু লোকৰ আহ যাহ হয়। কিন্তু গুৰুত্বপূৰ্ণ পথটোৰ মেৰামতিৰ ক্ষেত্ৰত উভয় চৰকাৰৰ চূড়ান্ত অকৰ্মণ্যতাৰ বাবে অতি শীঘ্ৰে দুয়োখন ৰাজ্যৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰাটো খাটাং হৈ পৰিছে। ভয়ংকৰ দুৰ্ঘটনাৰ সম্ভৱনা থকা পথটোৰ এই বিধ্বস্ত অংশ বিভাগীয় কৰ্তৃপক্ষই বালিৰ বস্তাৰে বিপদৰ সংকেত দিয়েই দায়িত্ব সামৰিছে।

সম্প্ৰতি পথটো জহি-খহি মাত্ৰ তিনি-চাৰি মিটাৰমানহে বাকী আছেগৈ। জানিব পৰা মতে, নৰ্থ-ইষ্ট কাউন্সিলৰ অধীনত থকা এই পথটোৰ মেৰামতিৰ নামত বিভাগীয় কৰ্তৃপক্ষই দীৰ্ঘদিন ধৰি কোনো আঁ‌চনি গ্ৰহণ কৰা নাই। শীঘ্ৰে পথটো মেৰামতিৰ ব্যৱস্থা গ্ৰহণ নকৰিলে দুই-এদিনৰ ভিতৰতে মাৰ্ঘেৰিটা-চাংলাঙৰ মাজত যোগাযোগ বিচ্ছিন্ন হোৱাটো নিশ্চিত হৈ পৰিছে।

Recent News

বিদেশত সন্ত্ৰাসবাদ বিৰোধী স্থিতি দাঙি ধৰিবলৈ সৰ্বদলীয় প্ৰতিনিধি দলত কংগ্ৰেছৰ টীমত গৌৰৱ গগৈ

বিদেশত সন্ত্ৰাসবাদ বিৰোধী স্থিতি দাঙি ধৰিবলৈ সৰ্বদলীয় প্ৰতিনিধি দলত কংগ্ৰেছৰ টীমত গৌৰৱ গগৈ

গুজৰাট সমাচাৰৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ: স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণৰ অভিযোগ

গুজৰাট সমাচাৰৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ: স্বতন্ত্ৰ সংবাদ মাধ্যমৰ ওপৰত আক্ৰমণৰ অভিযোগ

হংকঙ, ছিংগাপুৰত পুনৰ কৰ’নাৰ সংক্ৰমণ, বহু জনৰ মৃত্যু, হাস্পাতালত বাঢ়িছে ভিৰ; ভাৰতত কি পৰিস্থিতি?

হংকঙ, ছিংগাপুৰত পুনৰ কৰ’নাৰ সংক্ৰমণ, বহু জনৰ মৃত্যু, হাস্পাতালত বাঢ়িছে ভিৰ; ভাৰতত কি পৰিস্থিতি?

ৰুছ-ইউক্ৰেইন যুদ্ধ : অন্ত পৰিল প্ৰথম শান্তি আলোচনাৰ : সিদ্ধান্ত কি ?

ৰুছ-ইউক্ৰেইন যুদ্ধ : অন্ত পৰিল প্ৰথম শান্তি আলোচনাৰ : সিদ্ধান্ত কি ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd