• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটী ৰে’ল ষ্টেচনত ৭০ লাখ সহ দুজন লোক আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2018 7:50 am
257
VIEWS
Share on FacebookShare on Twitter

পুনৰ পল্টনবজাৰস্থিত গুৱাহাটী ৰে’ল ষ্টেচনত মঙলবাৰে জি আৰ পিয়ে অভিযান চলাই  নগদ ৭০ লাখ টকা জব্দ কৰিবলৈ সক্ষম হৈছে। এই বৃহৎ পৰিমাণৰ টকা খিনি নামনিমুৱা আনন্দ বিহাৰ এক্সপ্ৰেছৰ পৰা উদ্ধাৰ হয়। ত্ৰিপুৰাৰ উত্তম কুমাৰ শ্বাহ আৰু জৱাহৰ দেৱনাথ নামৰ ব্যক্তি দুজনে এই ধনখিনি কঢ়িয়াই আনিছিল। এই লোক দুজনে বৃহৎ পৰিমাণৰ টকাখিনি আগৰতলাৰ পৰা দেওধৰলৈ নিয়াৰ বাবে আনিছিল বুলি জি আৰ পিৰ আগত ব্যক্ত কৰে। আনহাতে আৰক্ষীয়ে লোক দুজনক আটক কৰি জেৰা অব্যাহত ৰখা বুলি জনাইছে। তদুপৰি জব্দ হোৱা টকাখিনি ৰে’ল আৰক্ষীয়ে আয়কৰ বিভাগক গটাই দিয়ে।

উল্লেখযোগ্য যে যোৱা ডিচেম্বৰৰ ১০ তাৰিখেও ৰেলৱে আৰক্ষীয়ে অভিযান চলাই গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা ১.৬০ কোটি টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।  কোনো দুষ্ট চক্ৰই আৰক্ষীৰ চকুত ধুলি দি বিভিন্নধৰণৰ মুল্যবান সামগ্ৰী  অবৈধ ভাৱে সৰবৰাহ কৰি আহিছে যদিও তাৰ মাজতে ৰেলৱে আৰক্ষীয়ে দেখুওৱা তৎপৰতাত  বহুতকে আটক কৰিবলৈ সক্ষম হোৱাৰ উপৰি বিভিন্ন মুল্যৱান সামগ্ৰী জব্দ কৰিবলৈও সক্ষম হৈছে।

Recent News

টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত ইংলেণ্ডৰ; পঞ্চম টেষ্টত খেলা নাই বুমৰাহ, আৰম্ভণিতে উইকেট হেৰুৱালে ভাৰতে

টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত ইংলেণ্ডৰ; পঞ্চম টেষ্টত খেলা নাই বুমৰাহ, আৰম্ভণিতে উইকেট হেৰুৱালে ভাৰতে

অভিযন্তা যোশিতা দাসৰ মৃত্যুৰ চিবিআইৰ তদন্তত অনুমোদন অসম চৰকাৰৰ

অভিযন্তা যোশিতা দাসৰ মৃত্যুৰ চিবিআইৰ তদন্তত অনুমোদন অসম চৰকাৰৰ

হাতৰ আখৰ কিয় বেয়া? তৃতীয় শ্ৰেণীৰ ছাত্ৰজনক হাত জ্বলাই শাস্তি দিলে শিক্ষকে!

হাতৰ আখৰ কিয় বেয়া? তৃতীয় শ্ৰেণীৰ ছাত্ৰজনক হাত জ্বলাই শাস্তি দিলে শিক্ষকে!

ট্ৰাম্পৰ শুল্কৰ বাবে পুৱাই শ্বেয়াৰ বজাৰত জোকাৰণি; ১৫ মিনিটতে ৫ লাখ কোটি টকা ডুবিল বিনিয়োগকাৰীৰ

ট্ৰাম্পৰ শুল্কৰ বাবে পুৱাই শ্বেয়াৰ বজাৰত জোকাৰণি; ১৫ মিনিটতে ৫ লাখ কোটি টকা ডুবিল বিনিয়োগকাৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd