গৌৰীপুৰত ৰে’লে মহটিয়ালে যুৱকক

উত্তৰ গুৱাহাটীৰ গৌৰীপুৰত ৰেলে মহটিয়ালে যুৱকক। ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকজনৰ মৃতদেহ। বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা নাই মৃত যুৱকজনৰ পৰিচয়।