• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

কেমেৰাৰ সন্মুখতে ধন বিলোৱা তপন গগৈৰ প্ৰাৰ্থীত্ব কৰ্তনৰ দাবী আপৰ

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
April 15, 2024 7:23 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন গগৈক কাষত বহোৱাই লৈ ডিব্ৰুগড়ৰ এজন ব্যৱসায়ীয়ে গাড়ীৰ ভিতৰৰ পৰা ৰাইজক ধন বিলোৱা কাৰ্যক আম আদমি পাৰ্টীয়ে গৰিহণা দিয়ে। সমগ্ৰ দেশতে নিৰ্বাচনী আচৰণ-বিধি বলবৎ হৈ থকাৰ মাজতে আৰু ভোটগ্ৰহণলৈ মাত্ৰ কেইটামান দিন থকাৰ সময়ত নিৰ্বাচন আয়োগৰ নীতি-নিৰ্দেশনা অংগুষ্ঠ দেখুৱাইয়ে এনেদৰে ধন বিতৰণ কৰা ঘটনা সুষ্ঠ গণতন্ত্ৰৰ পৰিপন্থী আৰু ইয়াৰ বিৰুদ্ধে আম আদমি পাৰ্টীয়ে ইতিমধ্যে নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছে। আম আদমি পাৰ্টীৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে আপ, অসমৰ নেতা হেমন্ত ফুকনে।

তেওঁ কয় যে বিজেপিৰ প্ৰাৰ্থী তপন গগৈ কাষত বহি থকা অৱস্থাত তেওঁৰ সতীৰ্থ এজনক এনে অনৈতিক কাম কৰিবলৈ দিয়া কথাই তপন গগৈকে জগৰীয়া কৰে আৰু সেইবাবে নিৰ্বাচন আয়োগে কঠোৰতম সিদ্ধান্ত গ্ৰহণ কৰি গগৈৰ প্ৰাৰ্থিত্ব নাকচ কৰে। বিজেপিয়ে ইটোৰ পিছত সিটো নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা দেখিও কিয় আয়োগে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি প্ৰশ্ন কৰে আম আদমি পাৰ্টীয়ে।

Apply Now

বিজেপিয়ে প্ৰচাৰ চলোৱাৰ দৰে তেওঁলোকে যদিহে যোৱা দহ বছৰত জনতাৰ ভালৰ বাবে কাম কৰিছেই, তেন্তে কিয় এনেদৰে ৰাইজৰ মাজত টকা বিলাবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে? কিয় ভুৱা অৰুণোদয়ৰ প-পত্ৰ বিতৰণ কৰিবলগীয়া হৈছে? কিয় ভুৱা প্ৰধানমন্ত্ৰীৰ বীমা আঁচনিৰ প-পত্ৰ বিতৰণ কৰিবলগীয়া হৈছে? আম আদমি পাৰ্টীয়ে এটা কথাই কয়, যদি আমি কাম কৰিছোঁ আমাক ভোট দিয়ক। এনেদৰে কিয় ক’ব নোৱাৰে বিশ্বৰ সৰ্ববৃহৎ দল বুলি দাবী কৰা বিজেপিয়ে?

বিজেপিয়ে আম আদমি পাৰ্টীৰ পৰা এটা শব্দ চুৰি কৰিছে। ‘গেৰাণ্টী’ শব্দটো। ভাৰতীয় ৰাজনীতিত আম আদমি পাৰ্টী একমাত্ৰ দল যি দলে ভোটাৰক গেৰাণ্টী দি সেইবোৰ বাস্তৱত কৰি দেখুৱাইছে। বিনামূলীয়া বিজুলী, বিনামূলীয়া স্বাস্থ্যসেৱা, বিনামূলীয়া বিশ্ব মানৰ শিক্ষা, মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা, এইবোৰ আম আদমি পাৰ্টীৰ গেৰাণ্টী আৰু এইবোৰ দিল্লী আৰু পঞ্জাবৰ আপ চৰকাৰে কাৰ্যকৰী কৰি দেখুৱাইছে। আপৰ এই গেৰাণ্টী শব্দটো এইবাৰ মোডী ডাঙৰীয়াই চুৰি কৰিলে। কিন্তু তেওঁ ২০১৪ আৰু ২০১৯ত দিয়া প্ৰতিশ্ৰুতিসমূহৰ কেইটা ৰূপায়ণ কৰিলে? বছৰি ২ কোটি চাকৰি দিলেনে? কৃষকৰ আয় দুগুণ হ’লনে? সকলোৱে পকী ঘৰ পালেনে? ভাৰত ছুপাৰ পাৱাৰ হ’লনে? গতিকে বিজেপিয়ে যি শব্দই ব্যৱহাৰ নকৰক, দলটোৱে সদায় ৰাইজক আভুৱা ভাঁৰে।

সংবাদমেলত উপস্থিত থাকে ৰাজ্যিক কাৰ্যনিৰ্বাহক মানস শৰ্মাও।

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd