• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গড়কাপ্তানী বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া আৰু বেংকৰ শাখা প্ৰবন্ধকক গ্ৰেপ্তাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2017 6:30 pm
illustration of two silhouettes sitting in the jail

illustration of two silhouettes sitting in the jail

155
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য চৰকাৰে চলাই অহা দুৰ্নীতি বিৰোধী অভিযানে আজি এক উল্লেখযোগ্য সফলতা অৰ্জন কৰে। প্ৰাপ্ত তথ্য মতে মুখ্য মন্ত্ৰী তদাৰকী কোষে আজি গুৱাহাটীত গড়কাপ্টানি বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা বিশ্বনাথ ভট্টাচাৰ্যক গ্ৰেপ্তাৰ কৰে। মন কৰিব লগীয়া যে বিশ্বনাথ ভট্টাচাৰ্যৰ কাৰ্যকালত ডিব্ৰুগড় জিলাৰ পথ-সংমণ্ডলৰ টেঙাখাট উপ-মণ্ডলত ভুৱা বিল আৰু প্ৰস্তাৱ দাখিলৰ জৰিয়তে ৬০ লাখ টকা সৰকাই নিয়াৰ ঘটনা সংঘটিত হৈছিল। উক্ত ঘটনা সন্দৰ্ভত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিয়া এক নিৰ্দেশৰ ভিত্তিতে এক গোচৰ ৰুজু কৰি অনুসন্ধান চলোৱা হৈছিল। যাৰ ভিত্তিত ইতিমধ্যে কাৰ্যবাহী অভিযন্তা, অভিযন্তা, কনিষ্ঠ অভিযন্তা, ঠিকাদাৰকে ধৰি মুঠ ৭ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল। আনহাতে উক্ত ঘটনা সন্দৰ্ভত প্ৰাক্তন মুখ্য অভিযন্তা গৰাকী জড়িত থকাৰ প্ৰমাণৰ ভিত্তিত মুখ্য মন্ত্ৰী তদাৰকী কোষে আজি তেওঁক গুৱাহায়টীত গ্ৰেপ্তাৰ কৰে।
ইয়াৰ উপৰি কিষাণ ক্ৰেডিট কাৰ্ডৰ জালিয়াতি কৰি ১.৩৯ কোটি টকা আত্মসাৎ কৰাৰ অপৰাধত বি আই অ’ গোচৰৰ আধাৰত আজি বেংক অব বৰোদাৰ হাইলাকন্দিস্থিত শাখা প্ৰবন্ধক গৌতম কুমাৰ দাসক মুখ্য মন্ত্ৰী তদাৰকী কোষে গুৱাহাটীত গ্ৰেপ্তাৰ কৰে। মন কৰিব লগীয়া যে ২০১১ চনৰ পৰা ২০১৫ চনৰ ভিতৰত কিষাণ ক্ৰেডিট কাৰ্ডৰ এই জালিয়াতিৰ ঘটনা সংঘটিত হৈছিল।

Recent News

আন্তঃৰাষ্ট্ৰীয় মঞ্চত সমালোচিত জি-৭ গোট! এই গোটৰ সদস্য নহ’লেও বৈঠকলৈ নিমন্ত্ৰিত ভাৰত

আন্তঃৰাষ্ট্ৰীয় মঞ্চত সমালোচিত জি-৭ গোট! এই গোটৰ সদস্য নহ’লেও বৈঠকলৈ নিমন্ত্ৰিত ভাৰত

পুনৰ এয়াৰ ইণ্ডিয়া বয়িঙৰ ইঞ্জিনত বিজুতি; মুম্বাই অভিমুখী বিমানৰ সকলো যাত্ৰীকে নমাই দিলে কলকাতাত

পুনৰ এয়াৰ ইণ্ডিয়া বয়িঙৰ ইঞ্জিনত বিজুতি; মুম্বাই অভিমুখী বিমানৰ সকলো যাত্ৰীকে নমাই দিলে কলকাতাত

এতিয়াৰ পৰা দীঘলীয়া নহ’ব ট্ৰেইনৰ ৱেইটিং লিষ্ট! নিৰ্ধাৰণ কৰা হৈছে টিকটৰ পৰিমাণ

এতিয়াৰ পৰা দীঘলীয়া নহ’ব ট্ৰেইনৰ ৱেইটিং লিষ্ট! নিৰ্ধাৰণ কৰা হৈছে টিকটৰ পৰিমাণ

সন্মুখত লাঠি লৈ সোণম, পিছফালে ৰাজা; পোহৰলৈ আহিছে মেঘালয় কাণ্ডৰ ‘শেষ’ ভিডিঅ’

সন্মুখত লাঠি লৈ সোণম, পিছফালে ৰাজা; পোহৰলৈ আহিছে মেঘালয় কাণ্ডৰ ‘শেষ’ ভিডিঅ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd