• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰে অসমৰ ৰাইজৰ বিৰুদ্ধে কোনো সিদ্ধান্ত গ্ৰহণ নকৰে: দ্বিতীয় বৰ্ষপূৰ্তিত মুখ্যমন্ত্ৰী সোণোৱাল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 24, 2018 1:49 pm
cm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘৩০ জুনলৈকে অপেক্ষা কৰক অসমৰ ৰাইজে।ৰাজ্য চৰকাৰে জনতাৰ বিৰুদ্ধে কোনো সিদ্ধান্ত নলয়।বিদেশীৰ ক্ষেত্ৰত আমাৰ স্থিতি একেই থাকিব’।— এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

আজি বিজেপি মিত্ৰজোঁট চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তি উপলক্ষে খানাপাৰাত এখন সংবাদমেল সম্বোধন কৰি এইদৰে কয় মুখ্যমন্ত্ৰী সোণোৱালে। তেওঁ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত কয়— ‘আমি কোনো কথাতে লুকাভাকু নেখেলো।নাগৰিকত্ব সংশোধনী বিধেয়কক লৈও লুকাভাকু খেলা নাই।জনতাক অন্ধকাৰত ৰাখি আমি কোনো কাম নকৰো।প্ৰজাৰ কথা আমি মানিবই লাগিব।ৰাইজৰ কথা আমি উলাই কৰা নাই।ৰাইজক বাদ দি আমি একো নহয়। চৰকাৰখন ৰাইজৰ বাবেই আছে।চৰকাৰৰ ওপৰত আস্থা হেৰুৱাব নালাগে ৰাইজে। ৰাইজৰ মনৰ কথা আমিয়ে বুটলিব লাগিব। ৰাইজৰ বাবেই আমি শাসনৰ গাদীত বহিছো। ৰাইজৰ আশা– আকাংক্ষা পূৰণৰ বাবে এইখন চৰকাৰ দায়বদ্ধ। নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত দল–সংগঠনৰ লগতো আমি আলোচনাত বহিম।

আনহাতে ভাৰত-বাংলা সীমান্ত সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰি সোণোৱালে কয়— ‘ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব ভাৰত–বাংলা সীমান্ত ছীলৰ কাম।সম্প্ৰতি সীমান্ত ছীলৰ কাম ক্ষিপ্ৰতাৰে আগবাঢ়িছে।মই মুখ্যমন্ত্ৰী হিচাপে নিজেই তিনিবাৰ সীমান্ত পৰিদৰ্শন কৰিছো।

একেখন সংবাদমেলতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অসম তথা উত্তৰ– পূবক এক্ট ইষ্ট পলিচীৰে গুৰুত্ব দিছে কেন্দ্ৰই।কংগ্ৰেছে আন্ধাৰত ৰখা অসমক পোহৰাই তুলিছে প্ৰধানমন্ত্ৰী মোদীয়ে।বিদেশীমুক্ত অসমৰ বাবে এনআৰচিৰ কাম চলি আছে।এনআৰচিৰ প্ৰথম খচৰা ইতিমধ্যে প্ৰকাশ পাইছে।এনআৰচি সম্পূৰ্ণ হ’লে এয়া হ’ব আমাৰ ডাঙৰ সফলতা।সেয়েহে ৩০ জুনলৈকে এনআৰচিৰ প্ৰক্ৰিয়াত সকলোকে সহযোগিতাৰ আহ্বান জনাইছো।

parivartanসংবাদমেলত মুখ্যমন্ত্ৰী সোণোৱালে গঁড হত্যা ৰোধ, বেদখল উচ্ছেদ আদি সন্দৰ্ভতো মন্তব্য আগবঢ়ায়। তেওঁ লগতে স্বাস্থ্য, শিক্ষা, আইন আদি ক্ষেত্ৰত মিত্ৰজোঁট চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনি সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰে।

আনহাতে দুৰ্নীতিবিৰোধী অভিযানৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰী সোণোৱালে এই সন্দৰ্ভত এক খতিয়ান দাঙি ধৰে। তেওঁ লগতে বিভিন্ন বিভাগত বৃদ্ধি পোৱা ৰাজহ সংগ্ৰহৰ পৰিসংখ্যাও উল্লেখ কৰে।

খানাপাৰাত অনুষ্ঠিত সংবাদমেলখনত বিজেপি মিত্ৰজোঁটৰ অন্যতম দল অগপৰ সভাপতি অতুল বৰা, বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীসহ অন্যান্য নেতা- কৰ্মীসকল উপস্থিত আছিল।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd