• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছিকিমত আজিৰ পৰা মুখ্য মন্ত্ৰী গ’ল্ড কাপ আৰ্চাৰী টুৰ্ণামেণ্ট

সাগৰ চেত্ৰী by সাগৰ চেত্ৰী
April 22, 2018 8:44 pm
sikim archery
99
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা ছিকিম আৰ্চাৰী এছ’চিয়েশ্যনৰ টথাংছেন আৰ্চাৰী খেলপথাৰত ১৭ সংখ্যক মুখ্য মন্ত্ৰী গ’ল্ড কাপ আৰ্চাৰী টুৰ্ণামেণ্টৰ শুভাৰম্ভ হয়। ছিকিম আৰ্চাৰী এছ’চিয়েশ্যনে আয়োজন কৰা প্ৰতিযোগিতাখনত গৃহৰাজ্য ছিকিম, পশ্চিম বংগ আৰু ভূটানৰ পৰা অহা মুঠ ১৭ টা দলে অংশগ্ৰহণ কৰিব।

২২ এপ্ৰিলৰ পৰা ১৩ মেলৈ চলিব লগা প্ৰতিযোগিতাখনৰ শুভাৰম্ভণি মেচত বিপক্ষে চিছেই ভূটানৰ পেণ্ডেন চিমেণ্টক ১০২-০৪ৰ বৃহৎ ব্যৱধানত অতি সহজে পৰাস্ত কৰিবলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বে শুভাৰম্ভণি অনুষ্ঠানত মু্খ্য অতিথি হিচাপে প্ৰাক্তন বিধায়ক কুংগা জাংপো ভূটীয়া, সন্মানীয় অতিথি হিচাপে ছিকিম অলিম্পিক সন্থাৰ সভাপতি বিকে ৰোকা, ছিকিম আৰ্চাৰী এছ’চিয়েশ্যনৰ সভাপতি টিটি ভূটীয়াৰ লগতে অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।

ইফালে সোমবাৰে প্ৰতিযোগিতাখনৰ দ্বিতীয়খন মেচত নামছী দলে গেৰুডা ব্লু দলৰ বিপক্ষে অৱতীৰ্ণ হ’ব।

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলগীয়া দল কেইটাৰ ভিতৰত ছিকিমৰ পৰা কাবী লুংছোক, গেৰুডা ৰেড, মংগন, ৰেড বুল আৰু ছোতাক, পশ্চিম বংগৰ পৰা টোধায় জৰবাছ আৰু ভূটীয়া য়ুথ কালিমপং আৰু ভূটানৰ অংশগ্ৰহণকাৰী দল কেইটা হ’ল ছামছে, ছাউথাৰ্ণ বুলছ, হলিডে আৰু য়াংছে টুৰছ এণ্ড ট্ৰেভেলছ।

পৰম্পৰাগত আৰ্চাৰী খেলবিধক সংৰক্ষণ আৰু প্ৰচাৰ কৰাৰ উদ্দেশ্য আগত ৰাখিয়ে প্ৰতি বছৰে ছিকিম আৰ্চাৰী এছ’চিয়েশ্যনৰ উদ্যোগত এই সন্মানীয় প্ৰতিযোগিতাখন অনুষ্ঠিত কৰি আহিছে।

আয়োজক সন্থাই জানিবলৈ দিয়া অনুসৰি প্ৰতিযোগিতাৰ বিজয়ী দলক ট্ৰফী সহিতে নগদ এক লাখ টকা আৰু বিজিত দলক ট্ৰফীৰ সৈতে নগদ পঞ্চাছ হেজাৰ টকা প্ৰদান কৰিব।

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd