• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জাগুনত ড্ৰাগছ-কানিৰ বেহাৰ বন্ধৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 3, 2018 8:14 pm
AJYCP
116
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাত ভয়াবহ ৰূপ ধাৰণ কৰা ড্ৰাগছ, কানিকে ধৰি নিচাযুক্ত দ্ৰৱ্যৰ অবৈধ ব্যৱসায় বন্ধ কৰাৰ দাবীত আজি জাগুনত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে।

যুৱ-ছাত্ৰ পৰিষদৰ টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ উদ্যোগত শতাধিক প্ৰতিবাদকাৰীয়ে আজি জাগুন কেন্দ্ৰস্থলত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট পালনেৰে প্ৰতিবাদ সাব্যস্ত কৰে।

যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই নেতৃত্ব দিয়া এই অৱস্থান ধৰ্মঘটৰ পিছত সংগঠনটোৱে তেওঁ‌লোকৰ দাবী সন্মলিত এখন স্মাৰকপত্ৰ মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপটিৰ জৰিয়তে তিনিচুকীয়া জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে। স্মাৰকপত্ৰত তেওঁলোকে কয় যে মাৰ্ঘেৰিটা মহকুমাত বৰবিহ সদৃশ ড্ৰাগছ-কানিয়ে উঠি অহা প্ৰজন্মক ধ্বংস কৰাৰ লগতে ড্ৰাগছ কানি সেৱনৰ ফলত মহকুমাটোত অসামাজিক কাৰ্যকলাপ যথেষ্ট বৃদ্ধি পাইছে।

আনহাতে, এই ড্ৰাগছ-কানিৰ বেহা বন্ধ কৰিবৰ বাবে প্ৰশাসনক বাৰম্বাৰ দাবী জনাই অহা সত্বেও এইক্ষেত্ৰত প্ৰসাশনৰ ফালৰ পৰা কোনো পদক্ষেপ গ্ৰহণ কৰা দেখিবলৈ পোৱা নাই বুলি তেওঁলোকে আক্ষেপ প্ৰকাশ কৰে। মাৰ্ঘেৰিটা মহকুমাত ভয়াবহ ৰূপত বৃদ্ধি পোৱা এই বেহা অনতিপলমে বন্ধ কৰিবলৈ তথা আৰক্ষী প্ৰশাসনক দৃষ্টানমূলক অভিযান চলাবলৈ আহ্বান জনায়, অন্যথা যুৱ-ছাত্ৰ পৰিষদে তিনিচুকীয়াত ব্যাপক আন্দোলনৰ কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ব বুলি হুংকাৰ দিয়ে।

Recent News

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

পাকিস্তানৰ ভিতৰত ৭১টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ বেলুচ লিবাৰেচন আৰ্মীৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

দেশৰ স্বাভিমান, দেশবাসীৰ বলিদান আৰু সৈনিকৰ সন্মানৰ লগত খেলা নকৰিবলৈ নৰেন্দ্ৰ মোদীক আহব্বান হিন্দু সুৰক্ষা সেনা, অসমৰ

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd