• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জাপানৰ প্ৰতিনিধি দলৰ জৰিয়তে মণিপুৰত বিনিয়োগ কৰিবলৈ আহ্বান নাজমা হেপতুল্লাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 15, 2017 1:50 pm
113
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতুল্লাৰ লগত জাপানৰ পৰা অহা ভিকছু জ্ঞমিঅ’ নাকামুৰাৰ নেতৃত্বত ১১ জনীয়া প্ৰতিনিধি দল এটাই ৰাজ ভৱনত এক বৈঠকত মিলিত হয়। দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত মণিপুৰত প্ৰাণ আহুতি দিয়া জাপানৰ সৈনিক, ভাৰতীয় সৈনিক আৰু অসামৰিক সেৱাৰ বিষয়া সকলক শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ উদ্দেশ্যে জাপানৰ প্ৰতিনিধি দলটো ইম্ফলত আহি উপস্থিত হৈছে। দ্বিতীয় বিশ্ব যুদ্ধৰ যুদ্ধস্থলী মণিপুৰত জাপানৰ বহু সৈনিক নিহত হৈছিল। এই প্ৰতিনিধি দলটোৱে ইম্ফল, ছাংছুক, লকটক আদি বিভিন্ন ঠাইত দ্বিতীয় বিশ্ব যুদ্ধত প্ৰাণ আহুতি দিয়া সকলৰ সমাধি ক্ষেত্ৰ সমূহ পৰিদৰ্শন কৰিব।

ইয়াৰ উপৰি উত্তৰ-পূবৰ লগত সৌহাৰ্দপূৰ্ণ সম্পৰ্কৰ বাবেও জাপান আগ্ৰহী বুলি প্ৰতিনিধি দলটোৰ নাকামুৰাই জানিবলৈ দিয়ে। লগতে লকটক হ্ৰদৰ চাফ চিকুন তথা মণিপুৰৰ ৰাস্তা-পথৰ উন্নয়নৰ বাবেও জাপানে বিনিয়োগ কৰিব বুলি আলোচনাৰ শেষত জানিবলৈ দিয়ে।

আনহাতে জাপানে বিনিয়োগ কৰাৰ সিদ্ধান্তক মণিপুৰৰ ৰাজ্যপাল হেপতুল্লাই আদৰণি জনাইছে। মণিপুৰৰ ৰাস্তা-ঘাটৰ উন্নয়ন হ’লে দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰ সমূহৰ লগত যোগাযোগৰ সু-সম্পৰ্ক গঢ় লৈ উঠিব বুলি ৰাজ্যপাল গৰাকীয়ে ব্যক্ত কৰে। লগতে কয় যে যদিহে মণিপুৰ চৰকাৰে জাপানৰ পৰ্যটক সকলক পৰ্যাপ্ত পৰিমাণৰ সুবিধা প্ৰদান কৰে তেন্তে মণিপুৰৰ পৰ্যটনস্থলী উন্নতমানৰ কৰাত তেওঁ অধিক গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰিব।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd