• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জিএনএলএৰ সকলো সদসই আত্মসমৰ্পন কৰাটো বিচাৰে চেম্পিয়ন চাংমাই

এন ই নাও নিউজ by এন ই নাও নিউজ
March 23, 2018 12:26 pm
GNLA-chief-Champion-Sangma-1-570x320

চেম্পিয়ন আৰ চাংমা

99
VIEWS
Share on FacebookShare on Twitter

গাৰো নেশ্যনেল লিবাৰেশ্যন আৰ্মি (জিএনএলএ)ৰ কাৰাৰুদ্ধ অধ্যক্ষ চেম্পিয়ন চাংমাই বাকী সকলো বিদ্ৰোহী সদস্যকে আত্মসমৰ্পন কৰাৰ বাবে আহ্বান জনাইছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত মুক্তিৰ বাবে সাজু হৈ উঠিছে চাংমা।

বৃহস্পতিবাৰে শ্বিলঙত আদালতত হাজিৰ কৰাবলৈ নিয়াৰ সময়ত সংবাদ মাধ্যমৰ আগত চেম্পিয়ন চাংমাই ব্যক্ত কৰে যে জিএনএলএৰ বাকী বিদ্ৰোহী সদস্যসকলে মুকলিলৈ ওলাই আহি ৰাজ্যখনৰ উন্নয়নৰ বাবে কাম কৰাটো তেওঁ বিচাৰিছে।

তেওঁৰ অধিবক্তা সুজিত দে লৈ কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰাক্তন বিদ্ৰোহী নেতাগৰাকীয়ে কয় যে তেওঁ এতিয়া পৰিয়ালৰ সৈতে সময় কটাব বিচাৰে।

চাংমাই লগতে স্পষ্ট কৰি দিয়ে যে সক্ৰিয় ৰাজনীতিত শীঘ্ৰেই যোগ দিয়াৰ তেওঁৰ কোনো পৰিকল্পনা নাই।

যোৱা মঙলবাৰে উচ্চতম ন্যায়ালয়ে দিয়া এক কঠোৰ নিৰ্দেশত প্ৰাক্তন মেঘালয় আৰক্ষীৰ বিষয়া তথা বিদ্ৰোহী চেম্পিয়ন আৰ চাংমাক অবৈধ ডিটেনশ্যন কেম্পত ৰখাৰ বাবে মেঘালয় চৰকাৰক সমালোচনা কৰিছে আৰু শীঘ্ৰেই তেওঁক মুকলি কৰি দিয়াৰ বাবে নিৰ্দেশ দিছে।

২০১২ চনৰ জুলাইত বাংলাদেশৰ মৈমনসিঙৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

আৱেদনকাৰী চেম্পিয়ন চাংমাৰ বিৰুদ্ধে বিভিন্ন আৰক্ষী থানাত কেইবাটাও অপৰাধমূলক গোচৰ পঞ্জীয়ন হৈ আছে আৰু এই গোচৰবোৰৰ বেছিভাগতে বিদ্ৰোহী নেতাগৰাকীক দোষমুক্ত কৰা হৈছে বা অব্যাহতি দিয়া হৈছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এতিয়াও পৰি থকা কিছুমান গোচৰত জিএনএলএৰ মুৰব্বীগৰাকীক জামিন মঞ্জুৰ কৰা হৈছিল। একমাত্ৰ অভিযোগনামা দাখিল কৰা (১১/২০১২নং) গোচৰ জি আৰ নং ৭২/২০১১ত তেওঁক মুক্ত কৰা হোৱা নাই।

Recent News

তিনি শতাধিক লোকৰ উপস্থিতিৰে আমবাৰী-দীঘলীপুখুৰী অঞ্চলৰ বৃক্ষ ধ্বংসৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচীৰ সফল ৰূপায়ণ

তিনি শতাধিক লোকৰ উপস্থিতিৰে আমবাৰী-দীঘলীপুখুৰী অঞ্চলৰ বৃক্ষ ধ্বংসৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচীৰ সফল ৰূপায়ণ

এনেকৈয়ো আহে মৃত্যু! চাহৰ দোকানতে আছিল শুই; বিমান ভাঙি পৰাৰ পিছত মাকৰ সন্মুখতে অগ্নিদগ্ধ হৈ মৃত্যু কিশোৰৰ

এনেকৈয়ো আহে মৃত্যু! চাহৰ দোকানতে আছিল শুই; বিমান ভাঙি পৰাৰ পিছত মাকৰ সন্মুখতে অগ্নিদগ্ধ হৈ মৃত্যু কিশোৰৰ

অভিলেখ ভংগ কৰি ১৪ হাজাৰ কোটি টকাত জাৰ্মান মিডফিল্ডাৰক ক্ৰয় কৰিলে লিভাৰপুলে

অভিলেখ ভংগ কৰি ১৪ হাজাৰ কোটি টকাত জাৰ্মান মিডফিল্ডাৰক ক্ৰয় কৰিলে লিভাৰপুলে

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা! টেল আভিভত প্ৰত্যাক্ৰমণ ইৰাণৰ; ইজৰাইলেও অব্যাহত ৰাখিছে আক্ৰমণ

মধ্যপ্ৰাচ্যত যুদ্ধৰ দামামা! টেল আভিভত প্ৰত্যাক্ৰমণ ইৰাণৰ; ইজৰাইলেও অব্যাহত ৰাখিছে আক্ৰমণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd