যোৱা ৩০ নৱেম্বৰৰ নিশা ডিমাপুৰত এজন চিকিৎসকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হয়। আক্ৰমণৰ বলি হোৱা ডাঃ অংগুকাটো ডিমাপুৰৰ পুদামপুখুৰী নিবাসী। উক্ত ঘটনাৰ লগত জড়িত ৬ জনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিবলৈ দি ডিমাপুৰ আৰক্ষীয়ে লগতে কয় যে আটাইকেইজন অভিযুক্তই অনা নগা সম্প্ৰদায়ৰ লোক। নাগালেণ্ড কাউঞ্চিল ডিমাপুৰে উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে বৰ্তমান ডিমাপুৰ এখন অপৰাধ নগৰীলৈ পৰিণত হৈছে বুলি উদ্বেগ প্ৰকাশ কৰে। এই ধৰণৰ বেছি ভাগ ঘটনাই বাহিৰৰ পৰা অহা বিশেষকৈ সন্দেহযুক্ত বাংলাদেশী সকলৰ দ্বাৰা সংঘটিত হৈ আহিছে বুলি মন্তব্য কৰি এন ছি ডিৰ সাধাৰণ সম্পাদকগৰাকীয়ে অতি সোনকালে দোষী সকলক কৰায়ত্ত কৰিবলৈ প্ৰশাসনক দাবী জনায়।
ডিমাপুৰত চিকিৎসকৰ ওপৰত দুৰ্বৃত্তৰ আক্ৰমণ: ৬ জনক গ্ৰেপ্তাৰ
-
By NE NOW NEWS
- Categories: নাগালেণ্ড
Related Content
নাগালেণ্ডত সন্দেহযুক্ত উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰিলে অসমৰ ব্যৱসায়ীক
By
এন ই নাও নিউজ ব্যৰো:
June 8, 2024 12:08 pm
উত্তৰ পূবৰ ৩ খন ৰাজ্যত এনডিএৰ পৰাজয়ৰ বাবে কাক জগৰীয়া কৰিলে হিমন্ত বিশ্বই? সৰৱ গৌৰৱ
By
এন ই নাও নিউজ ব্যৰো:
June 7, 2024 10:29 am
নাগালেণ্ডত “অপাৰেচন ক্লাউডবাৰ্ষ্ট”ত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰিলে নিৰাপত্তা বাহিনীয়ে
By
এন ই নাও নিউজ ব্যৰো:
April 30, 2024 10:25 am
৪ লাখ ভোটাৰৰ ভোট বৰ্জন : নাগালেণ্ডৰ ৬ জিলাৰ EVM ত নপৰিল এটাও ভোট
By
এন ই নাও নিউজ ব্যৰো:
April 19, 2024 9:07 pm
পুখুৰীৰ বোকাত সোমাই পৰি হাবাথুৰি খাইছে মন্ত্ৰী! কেনেকৈ উঠিল? লিখিলে,"জেচিবিৰ টেষ্ট আছিল..."
By
এন ই নাও নিউজ ব্যৰো:
February 11, 2024 8:24 am
অসমত প্ৰৱেশ কৰিলে ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’; সমৰ্থন-সহযোগিতা লাভৰ আশা ৰাহুল গান্ধীৰ
By
এন ই নাও নিউজ ব্যৰো:
January 18, 2024 12:56 pm