• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুখুৰীৰ বোকাত সোমাই পৰি হাবাথুৰি খাইছে মন্ত্ৰী! কেনেকৈ উঠিল? লিখিলে,”জেচিবিৰ টেষ্ট আছিল…”

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 11, 2024 8:24 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাগালেণ্ডৰ মন্ত্ৰী টেনজেম ইম্না আলঙে তেওঁৰ ধেমেলীয়া মন্তব্য বা ভাইৰেল ভিডিঅ’ৰ বাবে বহুবাৰ দৃষ্টি আকৰ্ষণ কৰিছে। তেওঁৰ ধেমেলীয়া ছ’চিয়েল মিডিয়া পোষ্টসমূহৰ বাবে তেওঁৰ ফেন ফ’ল’ৱাৰো কম নহয়। ইপিনে, শুকুৰবাৰে তেওঁৰ আন এটা পোষ্ট ভাইৰেল হৈ পৰে, যিটো মুহূৰ্ততে ভাইৰেল হৈ পৰে।

ভিডিঅ’ত টেনজেম ইম্না আলং বোকা পানীৰ পৰা ওলাই আহিবলৈ হাবাথুৰি খাই থকা দেখা যায়। বিজেপিৰ মন্ত্ৰীগৰাকীয়ে নিজেই নিজৰ পৰিস্থিতিৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত পোষ্ট কৰি কৌতুকপূৰ্ণ মন্তব্য কৰে। তাৰপিছতে পোষ্টটোক লৈ হাঁহিত ফাটি পৰিছে নেটজগত!

লগতে পঢ়কঃ পিতা-পুত্ৰৰ সংঘাতঃ পিতৃৰ অভিযোগ, পুত্ৰৰ অস্বীকাৰ; তাৰ মাজতে ভাইৰেল জাদেজাৰ পুৰণি টুইট

Apply Now

নাগালেণ্ডৰ মন্ত্ৰী টেনজেম ইম্না আলঙে প্ৰায়ে নিজৰ পোষ্টত জীৱনৰ বিভিন্ন দিশৰ বিষয়ে সজাগতা সৃষ্টি কৰে। শেহতীয়াকৈ এজন ইউটিউবাৰৰ সৈতে হোৱা সাক্ষাৎকাৰত আলঙৰ একাধিক মন্তব্যই দৰ্শকক আমোদ দিছে।

নাগালেণ্ডৰ এইগৰাকী স্পষ্টবাদী মন্ত্ৰীগৰাকীয়ে এইবাৰ তেওঁৰ বোকাপানীত পৰি হোৱা কঠিন পৰিস্থিতিৰ ভিডিঅ’ পোষ্ট কৰিলে। কেৱল সেয়াই নহয়, বোকাৰ পৰা উঠি অহাৰ তেওঁৰ ভিডিঅ’টো ভাইৰেল হৈ পৰিছে।

ভিডিঅ’টোত দেখা গৈছে তিনিজন ব্যক্তি আলঙক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। নিজেও পৰিস্থিতিটো উপভোগ কৰি আছে। সহায়কাৰীসকলৰ মুখতো অলপ হাঁহি বিৰিঙি আছে।

লগতে পঢ়কঃ বিজেপিৰ ‘জয় শ্ৰী ৰাম’ ধ্বনিত প্ৰতিফলিত হয় ঘৃণা আৰু ৰুঢ়তা! মন্তব্য গৌৰৱ গগৈৰ

অৱশ্যে যি ভিডিঅ’টোক লৈ মানুহে হাঁহিত ৰ’ব পৰা নাই, সেই ভিডিঅ’টোৰ পোষ্টটোত টেনজেমে এটা গুৰুত্বপূৰ্ণ বাৰ্তা দিছে। তেওঁ লিখিছে যেতিয়াই গাড়ী কিনিব তেতিয়াই প্ৰথমে এন চি এ পি (নিউ কাৰ এচেছমেণ্ট প্ৰগ্ৰেম) পৰীক্ষা কৰিব লাগে। যাতে বাহনৰ সুৰক্ষাৰ লগত আপোচ নহয়।

পোষ্টটোৰ শেষত আলঙে লিখিছে, ‘কিউকি য়ে আপকা জানকা মামলা হায়।’ পোষ্টটোৰ কিছু মুহূৰ্তৰ ভিতৰতে ভিডিঅ’টোৱে ১ লাখ ১৪ হাজাৰ ভিউ লাভ কৰে। ভিডিঅ’টোত ৮ হাজাৰ লাইক আহে।

Aaj JCB ka Test tha !

Note: It's all about NCAP Rating, Gadi Kharidney Se Pehley NCAP Rating Jarur Dekhe.

Kyunki Yeh Aapke Jaan Ka Mamla Hain !! pic.twitter.com/DydgI92we2

— Temjen Imna Along (@AlongImna) February 10, 2024

ইপিনে, এনে এজন নেতাক কেন্দ্ৰ কৰি উদ্বেলিত হৈ পৰিছে নেটজগত। বহুতে কৈছে, ‘আমাক এনেকুৱা মন্ত্ৰী লাগে।’ বহুতে লিখিছে, ‘আমাৰ দেশত তেওঁৰ দৰে ৰাজনীতিবিদ লাগে।’ এই ভিডিঅ’টো চোৱাৰ পিছত আপুনি এক চেকেণ্ডৰ বাবেও অনুভৱ নকৰিব যে তেওঁ দেশৰ অন্যতম ডাঙৰ ৰাজনীতিবিদসকলৰ মাজৰ এজন। বৰঞ্চ আপুনি নিজৰ মানুহৰ লগত আনন্দ-ধেমালি কৰা এজন সাধাৰণ মানুহৰ দৰেহে অনুভৱ কৰিব।

তেওঁ এনে এজন ডাউন টু আৰ্থ নেতা টেনজেম। কেতিয়াবা নিজৰ সৰু চকু দুটাক লৈও ধেমালি কৰি ভাইৰেল হৈ পৰিছে টেনজেম, কেতিয়াবা অবিবাহিত বুলি ধেমালি কৰি বহুতৰে মন জয় কৰিছে। ছ’চিয়েল মিডিয়াৰ এই  তাৰকাগৰাকীয়ে প্ৰায়ে সংবাদ জগতত দৃষ্টি আকৰ্ষণ কৰি কৰি আহিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd