• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিজেপিৰ ‘জয় শ্ৰী ৰাম’ ধ্বনিত প্ৰতিফলিত হয় ঘৃণা আৰু ৰুঢ়তা! মন্তব্য গৌৰৱ গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2024 6:56 pm
Gaurav Gogoi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ সদস্যসকলে যি ‘জয় শ্ৰী ৰাম’ ধ্বনি দিয়ে, সেই ধ্বনিত প্ৰতিফলন ঘটে ৰুঢ়তা আৰু ঘৃণাৰ! আজি লোকসভাত এই বিস্ফোৰক মন্তব্য কৰে কংগ্ৰেছ নেতা তথা কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে।

শাসকীয় বিজেপিক তীব্ৰ আক্ৰমণ চলাই গৌৰৱ গগৈয়ে এই মন্তব্য কৰিছে। কংগ্ৰেছ সাংসদগৰাকীয়ে লগতে বিজেপিক সোঁৱৰাই দিয়ে, ভগৱান ৰাম সকলোৰে আৰু সকলো সময়তে সকলোৰে লগত থাকে।

Apply Now

গৌৰৱ গগৈৰ মতে, ‘ৰাম ৰাজ্য’ৰ সংজ্ঞাৰ অৰ্থ হ’ল এনে এক যুগ, য’ত সকলো লোকেই সুখী হয়। কিন্তু বৰ্তমান সময়ত দেশৰ নিপীড়িত, পিছপৰা শ্ৰেণী আৰু সংখ্যালঘুসকল সুখী নে বুলি প্ৰশ্ন কৰে কংগ্ৰেছ সাংসদগৰাকীয়ে।

এই প্ৰসংগতে তেওঁ অনুসূচিত জাতিৰ বিৰুদ্ধে অপৰাধ বাঢ়িছে আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ শিক্ষা আৰু চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বৈষম্য অনুভৱ কৰাৰ বাবেই জাতিগত লোকপিয়লৰ দাবী জনাইছে বুলি মন্তব্য কৰে।

গগৈয়ে কয়, “জয় শ্ৰী ৰাম ধ্বনিত প্ৰেম আৰু সদিচ্ছা প্ৰতিফলিত হ’ব লাগিব। কিন্তু আপোনালোকৰ জয় শ্ৰী ৰাম ধ্বনীত ক্ৰোধ আৰু ঘৃণা প্ৰতিফলিত হয়। আপোনাৰ হৃদয় ঘৃণাৰে ভৰি থাকিলে, আনৰ ওপৰত গুলী চলালে বা আন ধৰ্মৰ পূজাস্থলী অপবিত্ৰ কৰিলে আপুনি ‘ৰাম ভক্ত’ হ’ব নোৱাৰে।”

গগৈয়ে লগতে স্পষ্ট কৰি যে কংগ্ৰেছে ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰে। “ভাৰত এখন ধৰ্মীয় দেশ। আমি কেৱল কোনো এখন শাস্ত্ৰত নহয়, সকলো ধৰ্মৰ সমতাত বিশ্বাস কৰোঁ।”- গৌৰৱ গগৈয়ে কয়।

তেওঁ লগতে কয় যে কংগ্ৰেছ দলে সকলোকে একত্ৰিত কৰিব বিচাৰে আৰু এয়া ভাৰতৰ পৰম্পৰা। সেয়েহে বিজেপিয়ে গান্ধী হত্যাকাৰী নাথুৰাম গডছেৰ পথ এৰিব লাগিব তথা গডছে পূজাৰ পৰম্পৰা বন্ধ কৰিব লাগিব বুলি সকীয়াই দিয়ে গৌৰৱ গগৈয়ে।

ইফালে বিজেপিয়ে অহংকাৰৰ বাবে মুদ্ৰাস্ফীতি, অসহিষ্ণুতা, সংখ্যালঘুৰ বিৰুদ্ধে হিংসা দেখা নাই বুলি দাবী কৰি গগৈয়ে ‘ৰাৱনক তেওঁৰ অহংকাৰৰ বাবেই হত্যা কৰা হৈছিল’ বুলি ইংগিতপূৰ্ণ মন্তব্য কৰে।

গৌৰৱ গগৈয়ে কয়, “এই দেশৰ জন্ম ২০১৪ বা ২০২৪ চনৰ ২২ জানুৱাৰীত হোৱা নাছিল। ভগৱান ৰাম সদায় আমাৰ লগত আছে, ৫০০ বছৰ আগতেও আছিল আৰু ভৱিষ্যতেও থাকিব। ৰাম আমাৰ হৃদয়ত আছে।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd