• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পিতা-পুত্ৰৰ সংঘাতঃ পিতৃৰ অভিযোগ, পুত্ৰৰ অস্বীকাৰ; তাৰ মাজতে ভাইৰেল জাদেজাৰ পুৰণি টুইট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2024 8:23 pm
Ravindra Jadeja
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাৰিবাৰিক বিবাদৰ পৰিণতিত শেহতীয়াকৈ বিশেষ চৰ্চালৈ আহিছে ভাৰতীয় দলৰ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ নাম। নিজ পিতৃয়ে তাৰকা পুত্ৰক লৈ ক্ষোভ প্ৰকাশ আৰু তাৰ পিছতে জাদেজাৰ স্পষ্টীকৰণে সম্প্ৰতি ব্যাপক চৰ্চা লাভ কৰিছে।

তাৰ মাজতে এতিয়া ভাইৰেল হৈ পৰিছে ‘পিতৃ-মাতৃ’ ভক্তিত গদগদ্ জাদেজাৰ এক পুৰণি টুইট। এই টুইটটো জাদেজাই নিজা টুইটাৰ হেণ্ডেলৰ পৰা দিছিল ২০১২ চনৰ ৪ নৱেম্বৰত। শেহতীয়া বিতৰ্কৰ পাছত নেটিজেনে এই টুইটটো চৰ্চালৈ আনিছে।

Apply Now

উক্ত টুইটটোত জাদেজাই লিখিছিল, “যি দৈনিক নিজৰ পিতৃ-মাতৃৰ ভৰি স্পৰ্শ কৰে, তেওঁ কেতিয়াও আনৰ ভৰি স্পৰ্শ কৰিব পৰা পৰিস্থিতিৰ সন্মুখীন নহয়।” এই কথাখিনিৰ আধাৰতে এতিয়া ‘পুৰণি’ জাদেজাক ঘূৰাই বিচাৰিছে ক্ৰিকেটাৰগৰাকীৰ অনুৰাগীয়ে।

 

”One who touches his parents foot daily, He never faces the situation in his life to touch others foot.”.

— Ravindrasinh jadeja (@imjadeja) November 4, 2012

উল্লেখ্য যে জাদেজাৰ এই পুৰণি টুইট পুনৰ চৰ্চালৈ অহাৰ আঁৰত আছে এক বিশেষ কাৰণ। শেহতীয়াকৈ এক সাক্ষাৎকাৰত ৰবীন্দ্ৰ জাদেজাৰ পিতৃ অনিৰুদ্ধসিংহই কৰিছিল কিছু বিস্ফোৰক মন্তব্য। নিজ পুত্ৰ-বোৱাৰীৰ প্ৰতি তেওঁ প্ৰকাশ কৰিছিল বিদ্বেষ।

জাদেজাৰ পত্নী ৰিভাবা জাদেজাৰ বাবে তেওঁলোকৰ পৰিয়াল বিভাজিত হৈ পৰা বুলি অভিযোগ উত্থাপন কৰিছিল অনিৰুদ্ধসিংহই। জাদেজা আৰু তেওঁৰ পত্নী ৰিভাবাৰ সৈতে পৰিয়ালৰ কোনো সম্পৰ্ক নাই বুলিও তেওঁ উল্লেখ কৰিছিল।

তেওঁ কৈছিল, “বৰ্তমান মই জামনগৰত অকলে বাস কৰো, আনহাতে ৰবীন্দ্ৰ নিজৰ এটা সুকীয়া বাংলোত বাস কৰে। একেখন চহৰতে থাকে, কিন্তু মই তেওঁক দেখা নাপাওঁ। মই নাজানো তেওঁৰ পত্নীয়ে তেওঁৰ ওপৰত কি যাদু কৰিছে!”

অনিৰুদ্ধসিংহৰ মতে, জাদেজা আৰু ৰিভাবাৰ বিবাহৰ দুই-তিনি মাহৰ পিছতে এনে পৰিস্থিতিৰ সৃষ্টি হৈছিল। তেওঁলোকৰ মাজত ফোন যোগেও কোনো যোগাযোগ নাই বুলি জাদেজাৰ পিতৃয়ে উল্লেখ কৰিছিল।

তেওঁ লগতে আন এক বিস্ফোৰক অভিযোগো উত্থাপন কৰিছিল। জাদেজাৰ পত্নী ৰিভাবাই বিয়াৰ তিনিমাহৰ ভিতৰতে সকলো সম্পতি নিজৰ নামলৈ স্থানান্তৰিত কৰিব বিচাৰিছিল বুলি অভিযোগ কৰিছে অনিৰুদ্ধসিংহই।

তেওঁৰ বা কন্যা তথা জাদেজাৰ ভগ্নীয়ে মিছা মাতিলেও পৰিয়ালৰ ৫০ জন সদস্যই কিয় মিছা মাতিব বুলিও আত্মপক্ষ সমৰ্থনত মন্তব্য কৰে জাদেজাৰ পিতৃয়ে। অৱশ্যে নিজ পুত্ৰৰ সৈতে সম্পৰ্ক ছিন্ন হোৱাৰ বাবেও দুখ প্ৰকাশ কৰে তেওঁ।

ইফালে পিতৃৰ এনে অভইযোগ নাকচ কৰিছে ৰবীন্দ্ৰ জাদেজাই। পিতৃৰ সাক্ষাৎকাৰটোক ‘স্ক্ৰিপ্টেড’ আখ্যা দি এনে কথা-বতৰাসমূহক উপেক্ষা কৰিবলৈ আহ্বান জনায় জাদেজাই। তেওঁ লগতে পিতৃক পত্নী ৰিভাবাৰ ভাবমূৰ্তি কলুষিত কৰাৰ পৰা বিৰত থাকিবলৈও আহ্বান জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

বিশ্ব ৰাজনীতিত নতুন চৰ্চা: ষ্ট্ৰেটেজিক অট’নমি বা কৌশলগত স্বায়ত্তশাসন কি আৰু কিয় সকলোৱে ইয়াৰ আঁৰত দৌৰিছে?

June 7, 2026 6:45 am
মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am
মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

মধ্যবিত্তৰ মূৰত মাধমাৰ! ২৯ টকা বৃদ্ধি পালে ঘৰুৱা এল পি জি চিলিণ্ডাৰ দাম, গুৱাহাটীত কিমান হ’ল?

June 7, 2026 7:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd