• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিমৌত ২৯-৩০ এপ্ৰিলত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হ’ব কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
April 25, 2018 12:50 pm
CYMERA_20180425_121631
445
VIEWS
Share on FacebookShare on Twitter

ডিমৌ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত আৰু সমূহ ডিমৌবাসী ৰাইজৰ সহযোগত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অহা ২৯ আৰু ৩০ এপ্ৰিলত ডিমৌ ৰাজহুৱা খেলপথাৰত উদাপন কৰা হ’ব ২৬ সংখ্যক ডিমৌ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন ।

২৯ এপ্ৰিলৰ দিনা পুৱাই বিহুৰ পতাকা উত্তোলন কৰিব ডিমৌ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উদযাপন সমিতিৰ সভাপতি হৰেশ সন্দিকৈ  আৰু ডিমৌ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি দীপাংকৰ প্ৰতিম চেতিয়া।

ইফালে বিহু সন্মিলনৰ লগত সংগতি ৰাখি প্ৰথম দিনা অনুষ্ঠিত হ’ব বিভিন্ন প্ৰতিযোগিতা। দিনৰ ১১.৩০ বজাৰ পৰা কণীযুঁজ আৰু পিঠা-পনা প্ৰতিযোগিতা, দিনৰ এক বজাত  বিহুনাচ প্ৰতিযোগিতা, বিয়লি পাঁচ বজাৰ পৰা বিহুৱতী আৰু ৰূপেশ্বৰ চেতিয়া সোঁৱৰণি হুঁচৰি প্ৰতিযোগিতা।

আনহাতে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি দিনৰ ১২ বজাত ঢোল বাদন আৰু দিনৰ এক বজাৰ পৰা জেং বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।

দ্বিতীয় দিনাৰ অন্তিম কাৰ্যসূচী হিচাপে সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্বোধন কৰিব সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে আৰু  গীত পৰিবেশন কৰিব অসমৰ জনপ্ৰিয় গায়ক দিক্ষুৱে।

এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সদৌ অসম ছাত্র সন্থাৰ উপ সভাপতি মাণিক গগৈ, শিক্ষা সম্পাদক শৰৎ হাজৰিকা। আনহাতে আমন্ত্ৰিত অতিথি হিচাপে সদৌ শিৱসাগৰ জিলা ছাত্র সন্থাৰ সভাপতি অসীম দত্ত, ভাৰপ্রাপ্ত সম্পাদক অমূল্য গগৈ উপস্থিত থাকিব বুলি আয়োজক সন্থাই জানিবলৈ দিয়ে।

Recent News

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd