গোলাঘাট জিলাৰ তৰফাতত অৱস্থিত বৃহত্তৰ তিতাবৰ পানী যোগান আচনিৰ প্ৰকল্পত কৃষক ৰাইজে আজি তলা লগায়৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সমষ্টি তিতাবৰলৈ উক্ত পানী যোগান আঁচনিৰ পাইপেৰে আৰ্চেনিক মুক্ত পানী নিয়া হৈছিল। বহু দিন ধৰি পানী যোগান আঁচনিটোৰ পৰা অহৰহ পানী নিৰ্গত হৈ খেতিপথাৰসমূহ নষ্ট কৰি আহিছে। এইক্ষেত্ৰত ৰাইজে পানীৰ পাইপসমূহ মেৰামতি কৰিবলৈ কৰ্তৃপক্ষক অনুৰোধ কৰি আহিছিল যদিও কানসাৰ নিদিয়াত আজি অসম জাতীয়তাবাদী যুৱ পৰিষদ গোলাঘাট সমিতিৰ উদ্যোগত স্থানীয় কৃষক ৰাইজে অনিৰ্দিষ্ট কাললৈ বৃহত্তৰ তিতাবৰ পানী যোগান প্ৰকল্পটো বন্ধ কৰি দিয়ে। বৰ্তমান পকা ধানৰ পথাৰত দুফুট পানী থকাৰ ফলত ৰাইজেলএতিয়াও ধান কাটিব পৰা নাই ।সেইয়ে ৰাইজে উপায়ন্তৰ হৈ এই সিদ্ধান্ত লয়। যেতিয়ালৈকে নিৰ্গত পানী বন্ধ কৰি স্থানীয় কৃষক ৰাইজৰ সমস্যাটোৰ মোকাবিলা নকৰে তেতিয়ালৈকে তিতাবৰ পানী যোগান প্ৰকল্পটো বন্ধ ৰাখিব বুলি স্থানীয় ৰাইজে জানিব দিয়ে।
তিতাবৰত কৃষক ৰাইজে বন্ধ কৰিলে পানীযোগান প্ৰকল্প
-
By NE NOW NEWS
- Categories: অসম
Related Content
প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰকঃ ডি ৱাই এফ আই
By
এন ই নাও নিউজ ব্যুৰো, তিতাবৰ :
September 16, 2024 7:42 pm
এটাও পৰীক্ষা নিকাকৈ পাতিব নোৱাৰে চৰকাৰে! ভাইৰেল হ’ল ১৫ ছেপ্তেম্বৰৰ ADRE ৰ প্ৰশ্নকাকত
By
এন ই নাও নিউজ ব্যুৰো, তিতাবৰ :
September 16, 2024 6:23 pm
মিছামাৰী সামৰিক ষ্টেচনত ডিফেন্স ৰিচাৰ্চ লেবৰেটৰীৰ উদ্যোগত পানী বিশুদ্ধকৰণ প্ৰযুক্তি সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী
By
এন ই নাও নিউজ ব্যুৰো, তিতাবৰ :
September 16, 2024 4:38 pm
তালাচীৰ নামত পৰীক্ষাৰ্থীৰ শ্লীলতা হানি সন্দৰ্ভত মানৱ অধিকাৰ আয়োগক অভিযোগ আপৰ
By
এন ই নাও নিউজ ব্যুৰো, তিতাবৰ :
September 16, 2024 3:38 pm
এক দেশ-এক নিৰ্বাচনৰ দ্বাৰা কাৰ কিমান লাভ? কোন দেশত আছে এই আৰ্হি, ভাৰতত প্ৰত্যাহ্বান কি?
By
এন ই নাও নিউজ ব্যুৰো, তিতাবৰ :
September 16, 2024 2:49 pm
স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৭২ ঘন্টীয়া অনশনৰ সামৰণি
By
এন ই নাও নিউজ ব্যুৰো, তিতাবৰ :
September 16, 2024 1:06 pm