• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিনিচুকীয়াৰ অবৈধ কয়লা খনিত উদ্ধাৰ দুই শ্ৰমিকৰ মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 20, 2023 9:45 pm
644
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষী থানাৰ অন্তৰ্গত টিপঙৰ এটা কয়লাখনিৰ পৰা উদ্ধাৰ কৰা হৈছে দুজনকৈ কয়লাখনিৰ শ্ৰমিকৰ মৃতদেহ।

খবৰ অনুসৰি শ্ৰমিক দুজনে অঞ্চলটোৰ এটা অবৈধ কয়লা খনিত কাম কৰি আছিল।

মঙলবাৰে কয়লাখনিটোত হঠাৎ গেছ বিস্ফোৰণ হৈ তেওঁলোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।

নিহত শ্ৰমিক দুজন ৰাজু ৰাভা আৰু ধ্ৰেশ্বৰ কছাৰী বুলি চিনাক্ত কৰা হৈছে। 

ৰাজু ৰাভাৰ ঘৰ মেঘালয়ত আৰু ধ্ৰেশ্বৰ কছাৰীৰ ঘৰ গোৱালপাৰা জিলাত বুলি জানিব পৰা গৈছে।

সূত্ৰই দাবী কৰা মতে, এই ঘটনা সংঘটিত হোৱাৰ সময়ত তেওঁলোকে খনিটোত অবৈধ কয়লা খননৰ
কামত নিয়োজিত আছিল। তেওঁলোকে কয়লা মাফিয়া বিক্ৰম আৰু জনৈক জয়ছোৱালৰ বাবে কাম কৰিছিল।

উল্লেখ্য যে এই মাহতে জিলাখনত অবৈধ কয়লা খননৰ সৈতে জড়িত তিনিজন লোকৰ মৃত্যুৰ বাতৰি পোৱা গৈছে।

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা-লিডু অঞ্চলত দীৰ্ঘদিনে অবৈধ কয়লা খননৰ প্ৰথা চলি আছে যদিও সকলো জানিও জিলা প্ৰশাসন তথা অসম চৰকাৰ নিৰ্বিকাৰ হৈ আছে। 

উল্লেখ্য যে, চলিত বৰ্ষৰ জুন মাহত লিডুৰ অবৈধ কয়লা খনিত নিহত দুজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

তিনিচুকীয়া জিলাৰ লিডু থানাৰ অন্তৰ্গত মোলো পাহাৰ অঞ্চলৰ অবৈধ কয়লা খনিৰ পৰা উদ্ধাৰ কৰা হৈছিল তেওঁলোকৰ মৃতদেহ।

নিহত শ্ৰমিক দুজনৰ এজন লিডুৰ ইটাখুলি অঞ্চলৰ বাসিন্দা নয়ন ফুকন বুলি জানিব পৰা গৈছে।

শেহতীয়াকৈ এন ই চি ক’ল ইণ্ডিয়া লিমিটেড মাৰ্ঘেৰিটাৰ অধীনস্থ টিৰাপ, টিকাক, বৰগোলাই, নামদাং, আৰু টিপং খনন কাৰখানাত অবৈধ কয়লা খননৰ সময়ত প্ৰাঞ্জল মৰাণ, নয়ন ফুকন, দিপেন আলে, ৰূপম দাস, কাৰ্তিক গোৱালা, বিজয় মুণ্ডা আদিকে ধৰি কেইবাজনো কৰ্মীৰ মৃত্যু হৈছে।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd