আমচাঙৰ বেদখলকাৰীৰ বাবে দু:খবৰ। দুমাহৰ ভিতৰত পুনৰ বেদখল উচ্ছেদ অভিযান আৰম্ভ কৰা হ’ব আমচাঙত। বাক্সা জিলাৰ বৰমাত অনুষ্ঠিত হোৱা বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত ভাগ ল’বলৈ যোৱা বনমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই এই মন্তব্য কৰিছে। আনহাতে আমচাঙত উচ্ছেদিত লোকসকলক দুমাহৰ ভিতৰত পুনৰ সংস্থাপন দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক পৰীক্ষাত বহাৰ বিশেষ সুবিধা প্ৰদান কৰাৰ কথাও দোহাৰে বনমন্ত্ৰীগৰাকীয়ে। প্ৰসংগত তেওঁ উল্লেখ কৰে যে কংগ্ৰেছৰ দিনত উচ্ছেদিত লোকসকলে পুনৰ বনাঞ্চলত বেদখলৰ সুবিধা লাভ কৰিছিল যদিও বৰ্তমান চৰকাৰৰ দিনত বেদখলকাৰীসকলে সেই সুবিধা নাপাব। বনমন্ত্ৰীগৰাকীয়ে পাভৈ বনাঞ্চলতো শীঘ্ৰেই বেদখল উচ্ছেদ কৰা হ’ব বুলি জানিবলৈ দিয়ে।
দুমাহৰ ভিতৰত পুনৰ উচ্ছেদ চলিব আমচাঙ বনাঞ্চলত : প্ৰমীলাৰাণী ব্ৰহ্ম
-
By NE NOW NEWS
- Categories: অসম
Related Content
প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰকঃ ডি ৱাই এফ আই
By
এন ই নাও নিউজ ব্যুৰো, বৰমা:
September 16, 2024 7:42 pm
এটাও পৰীক্ষা নিকাকৈ পাতিব নোৱাৰে চৰকাৰে! ভাইৰেল হ’ল ১৫ ছেপ্তেম্বৰৰ ADRE ৰ প্ৰশ্নকাকত
By
এন ই নাও নিউজ ব্যুৰো, বৰমা:
September 16, 2024 6:23 pm
মিছামাৰী সামৰিক ষ্টেচনত ডিফেন্স ৰিচাৰ্চ লেবৰেটৰীৰ উদ্যোগত পানী বিশুদ্ধকৰণ প্ৰযুক্তি সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী
By
এন ই নাও নিউজ ব্যুৰো, বৰমা:
September 16, 2024 4:38 pm
তালাচীৰ নামত পৰীক্ষাৰ্থীৰ শ্লীলতা হানি সন্দৰ্ভত মানৱ অধিকাৰ আয়োগক অভিযোগ আপৰ
By
এন ই নাও নিউজ ব্যুৰো, বৰমা:
September 16, 2024 3:38 pm
এক দেশ-এক নিৰ্বাচনৰ দ্বাৰা কাৰ কিমান লাভ? কোন দেশত আছে এই আৰ্হি, ভাৰতত প্ৰত্যাহ্বান কি?
By
এন ই নাও নিউজ ব্যুৰো, বৰমা:
September 16, 2024 2:49 pm
স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৭২ ঘন্টীয়া অনশনৰ সামৰণি
By
এন ই নাও নিউজ ব্যুৰো, বৰমা:
September 16, 2024 1:06 pm