• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

ধৰ্মীয় উৎসাহ উদ্দীপনাৰে আগৰতলাত উদ্‌যাপন জগন্নাথৰ ৰথযাত্ৰা

পিনাকী দাস by পিনাকী দাস
July 15, 2018 7:34 am
vlcsnap-2018-07-15-00h03m37s48
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশৰ লগতে ত্ৰিপুৰাটো সম্পূৰ্ণ ধাৰ্মিক পৰম্পৰাৰে প্ৰভু জগন্নাথৰ ৰথযাত্ৰা উৎসৱ পালন কৰা হয়। প্ৰভু জগন্নাথ, বলৰাম আৰু ভগ্নী সুভদ্ৰাই মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ যোৱাৰ দিনটোৰ সৈতে ৰজিতা খুৱাই  বাৰ্ষিক ৰথযাত্ৰা উৎসৱে প্ৰতীকাত্মকভাৱে মানুহক একতাৰ ডোলেৰে বান্ধ খুৱায়। প্ৰভু জগন্নাথৰ ৰথৰ ৰচী টনাৰ বাবে ৰাজধানী আগৰতলাৰ জগন্নাথ মন্দিৰত হাজাৰ হাজাৰ ভক্ত সমৱেত হয়।

প্ৰণিধানযোগ্য যে ১৯০৫ চনত ত্ৰিপুৰাৰ মাণিক্য ৰাজবংশৰ মহাৰাজ ৰাধা কিশোৰ মাণিক্যই জগন্নাথ মন্দিৰটো নিৰ্মাণ কৰোৱাইছিল। তেওঁৰ ৰাজত্বৰ সময়ৰ পৰাই এই উৎসৱ ত্ৰিপুৰাত পালিত হৈ আহিছে।

উল্লেখ্য যে মাণিক্য ৰাজবংশই ত্ৰিপুৰাত ৫০০ বছৰ ধৰি শাসন কৰিছিল।

এই মন্দিৰটোৰ উপাস্য দেৱ-দেৱীৰ মূৰ্তিসমূহ পুৰীৰ পৰা অনোৱা হৈছিল আৰু ১১৩ বছৰ পূৰ্বেই ইয়াতে ৰথযাত্ৰা উৎসৱ পালন কৰাৰ পৰম্পৰা আৰম্ভ কৰা হৈছিল।

এই উৎসৱত ভক্তবৃন্দই জগন্নাথ, বলৰাম আৰু ত্ওঁলোকৰ ভগ্নী সুভদ্ৰাক উপাসনা আৰু পূজা অৰ্চনা কৰে।

জাতি, ধৰ্ম, বৰ্ণ, বয়স নিৰ্বিশেষে ৰাজ্যখনৰ সকলোৱে এই ৰথযাত্ৰা উৎসৱত অংশগ্ৰহণ কৰে।

এই উৎসৱত অংশগ্ৰহণ কৰাৰ বাবে ৰাজ্যৰ বাহিৰৰ  পৰাও মানুহ আহে।

জগন্নাথক সন্তুষ্ট কৰাৰ বাবে শিশুসকলেও চহৰখনৰ ভিন্ন ভিন্ন পথত সৰু সৰু ৰথযাত্ৰা উলিয়ায়।

ৰাজধানী আগৰতলাৰ লগতে  মেলাঘৰতো এই উৎসৱ পালন কৰা হয় আৰু এই স্থানত প্ৰভু জগন্নাথৰ ৰথ টনাৰ বাবে হাতী ব্যৱহাৰ কৰা হয়।

পিনাকী দাস

পিনাকী দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰী হিমন্তৰ প্ৰচণ্ড হুংকাৰ: বাংলাদেশলৈ পঠিয়াব জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মাহমুদ মাদানীক

মুখ্যমন্ত্ৰী হিমন্তৰ প্ৰচণ্ড হুংকাৰ: বাংলাদেশলৈ পঠিয়াব জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মাহমুদ মাদানীক

August 23, 2025 10:00 pm
দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

August 23, 2025 9:30 pm
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন

August 23, 2025 8:00 pm
ট্ৰাম্পৰ শুল্ক যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতৰ! আমেৰিকালৈ পাৰ্চেল পঠোৱা বন্ধ কৰাৰ সিদ্ধান্ত ডাক বিভাগৰ

ট্ৰাম্পৰ শুল্ক যুদ্ধৰ প্ৰত্যুত্তৰ ভাৰতৰ! আমেৰিকালৈ পাৰ্চেল পঠোৱা বন্ধ কৰাৰ সিদ্ধান্ত ডাক বিভাগৰ

August 23, 2025 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰী হিমন্তৰ প্ৰচণ্ড হুংকাৰ: বাংলাদেশলৈ পঠিয়াব জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মাহমুদ মাদানীক

মুখ্যমন্ত্ৰী হিমন্তৰ প্ৰচণ্ড হুংকাৰ: বাংলাদেশলৈ পঠিয়াব জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মাহমুদ মাদানীক

August 23, 2025 10:00 pm
দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

দেশৰ ৪০ শতাংশ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ! বিস্ফোৰক তথ্য কেন্দ্ৰৰ  প্ৰতিবেদনত

August 23, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd