হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত দক্ষিণ পাবিজুৰি গাঁৱত পোহৰলৈ আহিছে জালিয়তিৰ এক কাণ্ড। নাছিৰ উদ্দিন নামৰ ব্যক্তিজনে মোৰাঝাৰৰ নাজিম মৌলানাৰ ঘৰত ভুৱা ছীল-মোহৰেৰে নীলবাগানৰ নজৰুল ইছলাম বৰভূঞাক নকল কাবিলনামা দি থকা অবস্থাত হাতে-লোটে ধৰা পেলাই নাজিম মৌলানাই। এই জালিয়াতিৰ অভিযোগত অভিযুক্ত নাছিৰ উদ্দিনক নাজিম মৌলানাই মোৰাঝাৰ আৰক্ষীক গতাই দিয়ে। জানিব পৰা মতে ধৃত নাছিৰ উদ্দিনৰ বিৰুদ্ধে মোৰাঝাৰ থানাত পূৰ্বেও বহুকেইটা অভিযোগ আছে। নাছিৰে দীৰ্ঘদিন ধৰি এই কু-কৰ্ম চলাই অহাৰ তথ্য আৰক্ষীৰ হাতত আছে। এই ঘটনাই সমগ্ৰ হোজাই দক্ষিণ পাবিজুৰি গাঁৱত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
নকল কাবিলনামাৰ অভিযোগত এজনক গ্ৰেপ্তাৰ
-
By NE NOW NEWS
- Categories: অসম
Related Content
প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰকঃ ডি ৱাই এফ আই
By
এন ই নাও নিউজ ব্যুৰো, নগাওঁ :
September 16, 2024 7:42 pm
এটাও পৰীক্ষা নিকাকৈ পাতিব নোৱাৰে চৰকাৰে! ভাইৰেল হ’ল ১৫ ছেপ্তেম্বৰৰ ADRE ৰ প্ৰশ্নকাকত
By
এন ই নাও নিউজ ব্যুৰো, নগাওঁ :
September 16, 2024 6:23 pm
মিছামাৰী সামৰিক ষ্টেচনত ডিফেন্স ৰিচাৰ্চ লেবৰেটৰীৰ উদ্যোগত পানী বিশুদ্ধকৰণ প্ৰযুক্তি সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী
By
এন ই নাও নিউজ ব্যুৰো, নগাওঁ :
September 16, 2024 4:38 pm
তালাচীৰ নামত পৰীক্ষাৰ্থীৰ শ্লীলতা হানি সন্দৰ্ভত মানৱ অধিকাৰ আয়োগক অভিযোগ আপৰ
By
এন ই নাও নিউজ ব্যুৰো, নগাওঁ :
September 16, 2024 3:38 pm
এক দেশ-এক নিৰ্বাচনৰ দ্বাৰা কাৰ কিমান লাভ? কোন দেশত আছে এই আৰ্হি, ভাৰতত প্ৰত্যাহ্বান কি?
By
এন ই নাও নিউজ ব্যুৰো, নগাওঁ :
September 16, 2024 2:49 pm
স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৭২ ঘন্টীয়া অনশনৰ সামৰণি
By
এন ই নাও নিউজ ব্যুৰো, নগাওঁ :
September 16, 2024 1:06 pm