• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নগাঁৱত ইন্ধন অবিহনে চলা নাৱৰ আৰ্হি সাজি উলিয়ালে চৰৰ দুই ছাত্ৰই

এন ই নাও নিউজ ব্যুৰো, নগাঁও : by এন ই নাও নিউজ ব্যুৰো, নগাঁও :
November 28, 2017 7:42 am
112
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ জৰামাৰী চৰ দেৱকান্ত বৰুৱা হাইস্কুলত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ জুৰীয়া খণ্ডৰ উদ্যোগত আৰু ৰাজ্যিক যুৱ বঁটা প্ৰাপ্ত স্বেচ্ছাসেৱী অনুষ্ঠান মানৱ বিকাশ ছ’চাইটিৰ সহযোগত কালি অনুষ্ঠিত বিজ্ঞান সমাৰোহত বিজ্ঞানৰ আৰ্হি প্ৰস্তুত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ইন্ধন অবিহনে সৌৰশক্তি অথবা বেটেৰীৰ জৰিয়তে চলাব পৰা এক যন্ত্ৰচালিত নাৱৰ আৰ্হি উপস্থাপন কৰি স্থানীয় কান্ধুলিমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুই ছাত্ৰ আদিলুৰ ৰহমান আৰু মুচানুৰ আহমেদে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। বানপানীয়ে যেতিয়া চৰাঞ্চল বুৰাই পেলায় সেইসময়ত এনকুৱা ইন্ধন অবিহনে যন্ত্ৰচালিত নাও ব্যৱহাৰ কৰি কেনেকৈ উদ্ধাৰ অভিযান চলাব পাৰি তাৰে নিদৰ্শন দাঙি ধৰে এই দুই প্ৰতিভাৱান ছাত্ৰই।

প্ৰতিযোগিতাখনত দ্বিতীয় স্থান লাভ কৰে দগাঁও আদৰ্শ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাহানুৰ আহমেদ আৰু নাছিম আহমেদ আৰু তৃতীয় স্থান লাভ কৰে জৰামাৰী চৰ ডি কে বি হাইস্কুলৰ ছাত্ৰ আজাহাৰুল ইছলাম, মেহদী আলমৰ দলে। জুৰীয়া খণ্ড ভিত্তিত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ বিজয়ী মুঠ ১২ গৰাকী প্ৰতিযোগীয়ে জিলা পৰ্যায়ত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত অংশ লোৱাৰ যোগ্যতা অৰ্জন কৰিছে। আবেলি অনুষ্ঠিত মুকলি সভাত ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞানক জনপ্ৰিয় কৰি তোলাৰ ওপৰত বক্তব্য দাঙি ধৰে নগাঁও মহাবিদ্যালয়ৰ প্ৰানী বিজ্ঞান বিভাগৰ অধ্যাপক ড: ভুৱন চুতীয়া, ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ নগাঁও জিলা সমন্বয়ক খাইৰুল ইছলাম, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উপদেষ্টা আব্দুল আলী আদি বিশিষ্ট ব্যক্তিয়ে।

Recent News

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd