• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱত এনআৰচিৰ লিগেচী জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ মহিলা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 9, 2018 7:33 am
এন আৰ চি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন আৰ চিত আনৰ লিগেচী ডাটা ব্যৱহাৰ কৰি  ভাৰতীয় নাগৰিকত্ব প্ৰমাণ কৰিবলৈ যোৱা এগৰাকী মহিলাক দেওবাৰে নগাঁৱত গ্ৰেপ্তাৰ কৰা হয়। জালিয়াতিৰে আনৰ লিগেচী জমা দি নিজকে সংশ্লিষ্ট ব্যক্তিগৰাকীৰ আত্মীয় বুলি দাবী কৰা ছাহেৰা বেগম নামৰ মহিলাগৰাকীক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে জিলাখনৰ দক্ষিণ গমাৰিআটি গাঁৱৰ বাসিন্দা উক্ত মহিলাগৰাকীক দেওবাৰে পুৱতি নিশা আৰক্ষীয়ে এক অভিযান চলাই নগাঁও চহৰৰ আমিনপট্টিৰ পৰা গ্ৰেপ্তাৰ কৰে।

নগাঁও জিলাৰ দক্ষিণ গমাৰিআটি গাঁৱৰ ছফিকুৰ ৰহমান নামৰ লোক এজনৰ পিতৃ হবিবুৰ ৰহমানৰ লিগেচী এন আৰ চিৰ নাম ভৰ্তি প্ৰক্ৰিয়াত জালিয়াতিৰে জমা দিছিল একেখন গাঁৱৰে হাজেৰা খাতুন আৰু ছাহেৰা বেগম নামৰ মহিলা দুগৰাকীয়ে। এন আৰ চিৰ বংশবৃক্ষ পৰীক্ষণৰ সময়ত এই জালিয়াতি পোহৰলৈ আহে।

আনহাতে, মহিলা দুগৰাকীয়ে একাংশ আত্মীয় তথা গুণ্ডা  প্ৰকৃতিৰ লোকক লগত লৈ ছফিকুৰক  ভাবুকি প্ৰদান কৰি শুনানিৰ সময়ত এন আৰ চি সেৱা কেন্দ্ৰত উপস্থিত হৈ তেওঁলোকক আত্মীয় বুলি চিনাক্ত কৰিবলৈ সকীয়াই দি আহিছিল।

এই সন্দৰ্ভত ছফিকুৰে এন আৰ  চি সেৱা কেন্দ্ৰৰ কৰ্তৃত্বশীল বিষয়াক বিষয়টো অৱগত কৰে।  এন আৰ চিৰ দায়িত্ববাহী বিষয়াৰ পৰামৰ্শক্ৰমে ছফিকুৰে মহিলা দুগৰাকীৰ বিৰুদ্ধে নগাঁও সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে।

নগাঁও আৰক্ষীয়ে ১৯৪৪/২০১৮ নম্বৰত গোচৰটো পঞ্জীভুক্ত কৰি দেওবাৰে ছাহেৰা বেগমক গ্ৰেপ্তাৰ কৰে। দেওবাৰে ধৃত মহিলাগৰাকীক জেৰাৰ অন্তত আদালতত হাজিৰ কৰাই কাৰাগাৰালৈ প্ৰেৰণ কৰা হয়।

আনহাতে, আৰক্ষী সূত্ৰই জনোৱা মতে হাজেৰা খাতুন নামৰ মহিলাগৰাকী পলাতক অৱস্থাত আছে।

উল্লেখযোগ্য যে লিগেচী জালিয়াতিৰ সন্দৰ্ভত হোজাই আৰক্ষী থানাত পঞ্জীভুক্ত ২৩৪/২০১৮ নম্বৰৰ আন এক গোচৰত শনিবাৰে হোজাই আৰক্ষীয়ে কামৰূপৰ মিৰ্জাৰ পৰা সুভাষ দাস, ৰাজু দাস আৰু হেমন্ত নাথ নামৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

September 1, 2025 9:13 pm
জিলাই জিলাই কংগ্ৰেছৰ কাৰ্যালয়ৰ সা-সম্পত্তি নষ্ট বিজেপিৰ : কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ যোৱা বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে থানাত গোচৰ

জিলাই জিলাই কংগ্ৰেছৰ কাৰ্যালয়ৰ সা-সম্পত্তি নষ্ট বিজেপিৰ : কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ যোৱা বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে থানাত গোচৰ

September 1, 2025 8:50 pm
নিয়ন্ত্ৰণ চাৰিজন মন্ত্ৰীৰ নিয়ন্ত্ৰণত চলি আছে ‘চিণ্ডিকেট চৰকাৰ’: প্ৰদ্যুত বৰদলৈৰ অভিযোগ

নিয়ন্ত্ৰণ চাৰিজন মন্ত্ৰীৰ নিয়ন্ত্ৰণত চলি আছে ‘চিণ্ডিকেট চৰকাৰ’: প্ৰদ্যুত বৰদলৈৰ অভিযোগ

September 1, 2025 8:32 pm

বিহাৰ SIR সন্দৰ্ভত ১ ছেপ্টেম্বৰৰ পাছত অভিযোগ দাখিল কৰিব পাৰিবঃ ছুপ্ৰীম কোৰ্টত নিৰ্বাচন আয়োগ

September 1, 2025 7:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে হাৰাশাস্তি, অপহৰণৰ অভিযোগ

September 1, 2025 9:13 pm
জিলাই জিলাই কংগ্ৰেছৰ কাৰ্যালয়ৰ সা-সম্পত্তি নষ্ট বিজেপিৰ : কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ যোৱা বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে থানাত গোচৰ

জিলাই জিলাই কংগ্ৰেছৰ কাৰ্যালয়ৰ সা-সম্পত্তি নষ্ট বিজেপিৰ : কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ যোৱা বিজেপিৰ নেতা-কৰ্মীৰ বিৰুদ্ধে থানাত গোচৰ

September 1, 2025 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd