• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নতুন অনলাইন ষ্ট’ৰ মুকলি : ‘kaaaz’-এ গ্ৰাহকৰ ঘৰতে দি আহিব অৰ্ডাৰ দিয়া নিত্য প্ৰয়োজনীয় সামগ্ৰী

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
May 12, 2018 10:54 pm
Kaaaz
220
VIEWS
Share on FacebookShare on Twitter

এতিয়াৰ পৰা কিনা-বেচাৰ এখন অনলাইন মঞ্চ পাব অসমৰ ৰাইজে, যিখন মঞ্চ সাজু কৰি আগ বঢ়াইছে শ্বিভাৰষ্টীল প্ৰাইভেট লিমিটেডে। প্ৰতিষ্ঠানটোৰ গৰাকী অৰিন্দম শইকীয়াই তেওঁৰ নিজা পৰিকল্পনা আৰু পৰিশ্ৰমৰ বিনিময়ত এই অনলাইন মাৰ্কেট ছাইটটো অলপতে সাজু কৰি তুলিছে।

যোৱা ৯ মে’ত এইটো আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।  http://kaaaz.in লিংকটোত ক্লিক কৰি ইচ্ছুকসকলে এই প্লেটফৰ্মটোৰ বিষয়ে জানিব পাৰিব। অৰিন্দম শইকীয়াই জনোৱামতে প্ৰথম অৱস্থাত ইয়াৰ পৰীক্ষামূলক অপাৰেইশ্যন উজনি অসমৰ অঞ্চলত, বিশেষকৈ ডিব্ৰুগড় আৰু কাষৰীয়া জিলাকেইখনত চলাব বুলি জনাইছে।

এই অনলাইন প্লেটফ’ৰ্মৰ জৰিয়তে খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি ইলেকট্ৰিচিয়ান, বিউটিচিয়ান, গাড়ী ভাৰা, আদি সেৱাৰো অৰ্ডাৰ দিব পাৰিব।

আনহাতে তেওঁ জনোৱামতে, কেৱল ক্ৰয় কৰা বা অৰ্ডাৰ দিয়াই নহয়, ইয়াৰ জৰিয়তে বিক্ৰীও কৰিব পাৰিব। পাচলি, ফল-মূল আদিৰ বিক্ৰেতায়ো এই প্লেটফ’ৰ্মটো ব্যৱহাৰ কৰি লাভ উঠাব পাৰিব।

“যদি কোনোবাই শাক-পাচলি, ফল-মূল, আচাৰ, চাম আদি বিক্ৰী কৰিব খোজে, তেওঁলোকে ‘কাজ’ৰ মাধ্যমত সেইটো কৰিব পাৰিব।” অৰিন্দম শইকীয়াই কয়। ব্ৰেকফাষ্টৰ পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ টিফিনো অৰ্ডাৰ দিব পাৰিব। ইয়াত অসমৰ লগতে উত্তৰ ভাৰতীয়, দক্ষিণ ভাৰতীয় খাদ্যও পাব।

উল্লেখযোগ্য যে অৰিন্দমে অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড বিশ্ববিদ্যালয়ৰ পৰা ফুড টেকন’ল’জিত স্নাতক ডিগ্ৰী লৈছে। তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান-শস্য বিভাগৰ অধ্যাপক অনন্ত শইকীয়া আৰু লীনা শইকীয়াৰ পুত্ৰ।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd