• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগালেণ্ডত শ্বাসৰুদ্ধকৰ ৰাজনৈতিক পৰিস্থিতিঃ এফালে নিৰ্বাচন বৰ্জন, আনফালে বাধা নিদিবলৈ আহ্বান নিৰ্বাচনী বিষয়াৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 30, 2018 10:02 pm
nagaland ceo

নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া

162
VIEWS
Share on FacebookShare on Twitter

‘আমি নিৰ্বাচনৰ বাবে সাজু। নিৰ্বাচন প্ৰক্ৰিয়াত বাধা নিদিবৰ বাবে মই সকলোকে আহ্বান জনাইছো।’ আজি কহিমাত সাংবাদিকক নাগালেণ্ডৰ আগন্তুক নিৰ্বাচন সম্পৰ্কে এইদৰে জনাই নাগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া অভিজিত সিনহাই।

নাগা হোহো আৰু বিভিন্ন নাগা সংগঠনৰ ‘নিৰ্বাচনৰ পূৰ্বেই সমাধান’ আহ্বানৰ পিছত সকলো ৰাজনৈতিক দলে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে কোনো প্ৰাৰ্থীকে টিকট নিদিয়াৰ সিদ্ধান্ত লৈ এক যৌথ ঘোষণাপত্ৰত চহী কৰিছিল। আনহাতে বিজেপিয়ে ঘোষণাপত্ৰত চহী কৰা ৰাজ্যখনৰ দুজন নেতাক বহিষ্কাৰ কৰে।

এনে ৰাজনৈতিক পৰিস্থিতিত ৰাজ্যখনৰ বাহিৰত কোনো প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিব পাৰিব নেকি সোধাত বিষয়াজনে জনায় যে ৰাজ্যৰ বাহিৰত মনোনয়ন দাখিল কৰিব নোৱাৰিব।

মনোনয়ন দাখিলত বাধা পালে প্ৰাৰ্থীসকলে ৰিটাৰ্নিং বিষয়া, জিলা নিৰ্বাচন বিষয়া আৰু আৰক্ষী অধীক্ষকক অভিযোগ দিব পাৰিব বুলি বিষয়াজনে উল্লেখ কৰে।

তেওঁ ঘোষণা কৰে যে ২৭ ফেব্ৰুৱাৰিত হ’ব লগা ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে কাইলৈ নিৰ্বাচন অধিসূচনা জাৰি কৰা হ’ব।

তেওঁ জনায় যে মনোনয়ন দাখিলৰ বাবে ১ নং ফৰ্ম জাৰি কৰা হ’ব।

কাইলৈ অধিসূচনা জাৰি কৰাৰ পিছতে কাইলৈৰপৰা ৭ ফেব্ৰুৱাৰিলৈকে দিনৰ ১১ ৰপৰা ৩ বজালৈকে প্ৰাৰ্থীসকলে ৰিটাৰ্নিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰিব পাৰিব।

কহিমাত নিজৰ কাৰ্য্যালয়ত সাংবাদিকসকলক বিষয়াজনে জনাই যে এইবেলি ৰিটাৰ্নিং বিষয়াসকল হ’ব হয় অতিৰিক্ত উপায়ুক্ত নহয় মহকুমাধিপতি।

বিষয়া গৰাকীয়ে লগতে জনাই যে ইতিমধ্যে ৰাজ্যখনত নিয়োজিত হৈ থকা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ মুঠ ২৮০ টা কোম্পানি নিৰ্বাচনী কৰ্তব্যৰ বাবে আহিব।

Recent News

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd