• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগালেণ্ডৰ ভূমিস্খলিত এলেকাত বায়ুসেনাৰ হেলিকপ্টাৰেৰে অত্যাৱশ্যকীয় সামগ্ৰী এয়াৰড্ৰপ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 6, 2018 6:50 pm
nat1
112
VIEWS
Share on FacebookShare on Twitter

আজি চাৰি দিন ধৰি ভাৰতীয় বায়ুসেনা বাহিনীৰ হেলিকপ্টাৰেৰে নাগালেণ্ডৰ বৰ্ষা বিঘ্নিত এলেকাসমূহত নিত্য ব্যৱহাৰ্য সামগ্ৰী এয়াৰড্ৰপ কৰি আছে। আজি বায়ুসেনা বাহিনীৰ হেলিকপ্টাৰেৰে কিফাৰে জিলাৰ কেইটামান অতি বেয়াকৈ বাৰিষাৰ বৰষুণ আৰু ইয়াৰ ফলত ভূমি স্খলনত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা এলেকাত নিত্য ব্যৱহাৰ্য সামগ্ৰী এয়াৰড্ৰপ কৰি আছে।ভূমি স্খলন আৰু ইয়াক ধৰি ৰখা দেৱাল ভাগি পৰাৰ ফলত বিগত দুসপ্তাহ ধৰি কিফাৰে জিলাৰ সৈতে ৰাজ্যখনৰ অন্যন্য প্ৰান্তৰৰ যোগাযোগ বিচ্ছিন্ন হৈ আছে।

ভাৰতীয় বায়ুসেনা বাহিনীৰ হেলিকপ্টাৰেৰে নাগালেণ্ডৰ টেনিং, টবু, পানগ্ৰো আৰু নোকলাক আদি স্থানতো নিত্য ব্যৱহাৰ্য সামগ্ৰী এয়াৰড্ৰপ কৰি আছে।ইতিমধ্যে সাতটা গাইগুটীয়া অভিযানত (sortie) চাউল, ডাইল, আলু, পিঁয়াজ, ৰন্ধন কাৰ্যত ব্যৱহাৰ্য তেল, নিমখ, পাউডাৰ গাখীৰ, চেনী, চাহপাত আদি প্ৰায় ১০,৩৫২ কেজি নিত্য ব্যৱহাৰ্য সামগ্ৰী ভাৰতীয় বায়ুসেনা বাহিনীৰ হেলিকপ্টাৰে এয়াৰড্ৰপ কৰিছে।

সূত্ৰৰ পৰা জানিব পৰা গৈছে যে ৰাজ্যখনৰ ১০৩ টা স্থান বেয়াকৈ প্ৰভাৱিত হৈছে। ভূমি স্থলনৰ ফলত পথ যোগাযোগ ব্যাহত হৈ পৰাৰ ফলত এই স্থানসমূহলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰাত অসুবিধাজনক হৈ পৰিছে।

ৰাজ্যখনৰ নষ্ট হোৱাখিনি মেৰামতি কৰাৰ বাবে আনুমানিক ১০০ কোটি টকাৰ প্ৰয়োজন হ’ব বুলি সূত্ৰটোৱে জনাইছে।

দেওবাৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজু, নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিউ ৰিঅ’, নাগালেণ্ড ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (NSDMA)  আৰু কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ বিষয়াসকলে বানাক্ৰান্ত এলেকাসমূহৰ এটা আকাশমাৰ্গৰ জৰীপ চলায়।

নাগালেণ্ড ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ বিষয়া জনি ৰুৱাংমেইয়ে কৈছে যে নাগালেণ্ডৰ পুনৰ্গঠনৰ বাবে বিশেষ পেকেজ বিছাৰিছে।

জনি ৰুৱাংমেইয়ে কৈছে যে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিৰোধ নিধিৰ পুঁজি অত্যন্ত সীমিত হোৱা বাবে ৰাজ্যখনৰ ধ্বংসপ্ৰাপ্ত আন্তৰ্গাঁথনিৰ পুনৰ্নিৰ্মাণৰ বাবে ৰিজেজুলৈ বিশেষ পেকেজ অনুমোদন কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে।

তেওঁ আৰু কৈছে যে ৰাজ্যখনৰ আন্তৰ্গাঁথনিৰ পুনৰ্নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বিশেষ পেকেজ অনুমোদনৰ বাবে সহযোগী মন্ত্ৰ্যালয়সমূহলৈ ৰিজেজুৰ দ্বাৰা মৌখিক আৱেদনো প্ৰেৰণ কৰা হৈছে।

Recent News

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd