• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

নাগালেণ্ডৰ ভূমিস্খলিত এলেকাত বায়ুসেনাৰ হেলিকপ্টাৰেৰে অত্যাৱশ্যকীয় সামগ্ৰী এয়াৰড্ৰপ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 6, 2018 6:50 pm
nat1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি চাৰি দিন ধৰি ভাৰতীয় বায়ুসেনা বাহিনীৰ হেলিকপ্টাৰেৰে নাগালেণ্ডৰ বৰ্ষা বিঘ্নিত এলেকাসমূহত নিত্য ব্যৱহাৰ্য সামগ্ৰী এয়াৰড্ৰপ কৰি আছে। আজি বায়ুসেনা বাহিনীৰ হেলিকপ্টাৰেৰে কিফাৰে জিলাৰ কেইটামান অতি বেয়াকৈ বাৰিষাৰ বৰষুণ আৰু ইয়াৰ ফলত ভূমি স্খলনত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা এলেকাত নিত্য ব্যৱহাৰ্য সামগ্ৰী এয়াৰড্ৰপ কৰি আছে।ভূমি স্খলন আৰু ইয়াক ধৰি ৰখা দেৱাল ভাগি পৰাৰ ফলত বিগত দুসপ্তাহ ধৰি কিফাৰে জিলাৰ সৈতে ৰাজ্যখনৰ অন্যন্য প্ৰান্তৰৰ যোগাযোগ বিচ্ছিন্ন হৈ আছে।

ভাৰতীয় বায়ুসেনা বাহিনীৰ হেলিকপ্টাৰেৰে নাগালেণ্ডৰ টেনিং, টবু, পানগ্ৰো আৰু নোকলাক আদি স্থানতো নিত্য ব্যৱহাৰ্য সামগ্ৰী এয়াৰড্ৰপ কৰি আছে।ইতিমধ্যে সাতটা গাইগুটীয়া অভিযানত (sortie) চাউল, ডাইল, আলু, পিঁয়াজ, ৰন্ধন কাৰ্যত ব্যৱহাৰ্য তেল, নিমখ, পাউডাৰ গাখীৰ, চেনী, চাহপাত আদি প্ৰায় ১০,৩৫২ কেজি নিত্য ব্যৱহাৰ্য সামগ্ৰী ভাৰতীয় বায়ুসেনা বাহিনীৰ হেলিকপ্টাৰে এয়াৰড্ৰপ কৰিছে।

Apply Now

সূত্ৰৰ পৰা জানিব পৰা গৈছে যে ৰাজ্যখনৰ ১০৩ টা স্থান বেয়াকৈ প্ৰভাৱিত হৈছে। ভূমি স্থলনৰ ফলত পথ যোগাযোগ ব্যাহত হৈ পৰাৰ ফলত এই স্থানসমূহলৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰাত অসুবিধাজনক হৈ পৰিছে।

ৰাজ্যখনৰ নষ্ট হোৱাখিনি মেৰামতি কৰাৰ বাবে আনুমানিক ১০০ কোটি টকাৰ প্ৰয়োজন হ’ব বুলি সূত্ৰটোৱে জনাইছে।

দেওবাৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজু, নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেইফিউ ৰিঅ’, নাগালেণ্ড ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ (NSDMA)  আৰু কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ বিষয়াসকলে বানাক্ৰান্ত এলেকাসমূহৰ এটা আকাশমাৰ্গৰ জৰীপ চলায়।

নাগালেণ্ড ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ বিষয়া জনি ৰুৱাংমেইয়ে কৈছে যে নাগালেণ্ডৰ পুনৰ্গঠনৰ বাবে বিশেষ পেকেজ বিছাৰিছে।

জনি ৰুৱাংমেইয়ে কৈছে যে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিৰোধ নিধিৰ পুঁজি অত্যন্ত সীমিত হোৱা বাবে ৰাজ্যখনৰ ধ্বংসপ্ৰাপ্ত আন্তৰ্গাঁথনিৰ পুনৰ্নিৰ্মাণৰ বাবে ৰিজেজুলৈ বিশেষ পেকেজ অনুমোদন কৰাৰ বাবে অনুৰোধ জনোৱা হৈছে।

তেওঁ আৰু কৈছে যে ৰাজ্যখনৰ আন্তৰ্গাঁথনিৰ পুনৰ্নিৰ্মাণৰ বাবে প্ৰয়োজনীয় বিশেষ পেকেজ অনুমোদনৰ বাবে সহযোগী মন্ত্ৰ্যালয়সমূহলৈ ৰিজেজুৰ দ্বাৰা মৌখিক আৱেদনো প্ৰেৰণ কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd