• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব বিধেয়কঃ কেবিনেটত প্ৰতিবাদ নকৰি সংবাদমেলত চাফাই গালে অগপৰ তিনি মন্ত্ৰীয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 2, 2018 1:49 pm
ATTACHMENT
245
VIEWS
Share on FacebookShare on Twitter

কালি বিজেপি চৰকাৰৰ কেবিনেট বৈঠকত আঞ্চলিক দল অগপই নিশ্চুপ হৈ থকাত ৰাজ্যজুৰি হোৱা প্ৰতিবাদৰ পাছত বিব্ৰত হৈ আজি সংবাদ মেল অনুষ্ঠিত কৰি চাফাই গালে দলটোৰ  সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তই।

অগপৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কৰা আজিৰ সংবাদ মেলখনত ফণীভূষণ চৌধুৰী, ৰমেন্দ্ৰ নাৰায়ণ কলিতা,  সত্যব্ৰত কলিতা, কমলা কলিতাকে আদি কৰি দলটোৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে।

সংবাদ মেলত অতুল বৰাই কয়— কালি আমি কেবিনেটত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ কথা উত্থাপনৰ বাবে আগবাঢ়িছিলো। কিন্ত মুখ্য মন্ত্ৰীৰ আশ্বাসৰ পাছত আমি বিষয়টো পাছত আলোচনা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো। কিন্তু একাংশ বৈদ্যুতিন মাধ্যমত এই সন্দৰ্ভত বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশন কৰা হৈছে।

বিতৰ্কিত বিধেয়কখন গৃহীত হ’লে চৰকাৰত থাকিব নোৱাৰিম বুলিও আগতেও কৈছিলো বুলি লগতে প্ৰকাশ কৰে অতুল বৰাই।

তেওঁ লগতে কয় যে বিধেয়কখন সন্দৰ্ভত অগপৰ স্থিতি আগৰে পৰাই স্পষ্ট।ইয়াত ৰাইজক অন্ধকৰাত ৰখাৰ কোনো কথা নাহে। আমি কেবিনেটৰ গোপনীয়তা ভংগ নকৰাৰ কথা ভাবিছিলো ৷ কিন্ত দলৰ ভাবমূৰ্তি বিনষ্ট হোৱাৰ আশংকাত আমি কথাখিনি প্ৰকাশ কৰিবলগীয়া হ’ল ৷

বিষয়টো সন্দৰ্ভত আধা ঘন্টাতকৈ অধিক সময় আলোচনা হৈছিল ৷ আমাৰ কথা খিনি লিপিবদ্ধ হোৱা নাই। বৰাই লগতে সকলো কথা এতিয়াই খোলাখুলিকৈ ক’ব নোৱাৰো ৷ কিছু কথা থাকক৷ সময়ত কম বুলি কয়। অগপৰ স্থিতিক লৈ ৰাজ্যবাসীৰ মাজত হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতে আঞ্চলিক দলটোৰ মন্তব্য তাৎপৰ্যপূৰ্ণ।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd