• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ওদালগুৰিত খিলঞ্জীয়াৰ অধিকাৰ সমিতিৰ প্ৰতিবাদ

ছাজিদ খান by ছাজিদ খান
June 16, 2018 11:36 am
cea822f3-0657-41b3-b9ea-1a60f3d607bf-01
164
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ সৰ্বত্ৰে নাগৰিকত্ব (সংশোধনী) বিধেয়ক, ২০১৬ বলৱৎ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ সময়তে কেইটামান খিলঞ্জীয়া সংগঠনেও প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে।

খিলঞ্জীয়াৰ অধিকাৰ সমিতি (Society for Indigenous People’s Rights)নামৰ খিলঞ্জীয়া লোকৰ অধিকাৰ সুৰক্ষিত কৰিব বিচৰা নৱগঠিত সংগঠন এটাই বিতৰ্কিত বিধেয়কখন বাতিলৰ দাবীত বিশাল প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰে। শুকুৰবাৰে এই প্ৰতিবাদী শোভাযাত্ৰটো চহিদ বেদীৰ পৰা আৰম্ভ কৰি ওদালগুৰিৰ উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদলৈ যাত্ৰা কৰিছিল।

ওদালগুৰিৰ বিভিন্ন বিদ্যালয় আৰু কনিষ্ঠ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছিল। খিলঞ্জীয়াৰ অধিকাৰ সমিতিৰ কৰ্মকৰ্তাসকলে ওদালগুৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ যোগেদি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ সম্বোধন কৰা স্মাৰকপত্ৰখন দণ্ডাধীশৰ হাতত অৰ্পণ কৰিছিল।

স্মাৰকপত্ৰখনত কোৱা হৈছে যে ধৰ্মৰ ভিত্তিত কোনো বিদেশীকেই অসমে গ্ৰহণ নকৰে। হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰাটো খিলঞ্জীয়া লোকৰ অস্তিত্বৰ প্ৰতি এটা ভাবুকি বুলিও এই স্মাৰকপত্ৰখনত কোৱা হয়। এই কাৰ্যসূচীত খিলঞ্জীয়াৰ অধিকাৰ সমিতিৰ জিলা সভাপতি বঞ্জৰ চন্দ্ৰ ব্ৰহ্ম আৰু সাধাৰণ সম্পাদক ডেমফু দৈমাৰীয়েও অংশগ্ৰহণ কৰিছিল।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd