• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিখিল ৰাভা জাতীয় পৰিষদৰ সভাপতি মানবেন্দ্ৰ ৰাভাৰ দেহাৱসান

এন ই নাও নিউজ by এন ই নাও নিউজ
February 22, 2018 9:31 am
Manabendra Rabha
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকা নিখিল ৰাভা জাতীয় পৰিষদৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী মানবেন্দ্ৰ ৰাভাই বুধবাৰে দুধনৈস্থিত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে।

ৰাভা জাতিৰ নিষ্ঠাৱান কৰ্মী গৰাকীৰ মৃত্যুত অঞ্চলটোত গভিৰ শোকৰ ছাঁ পৰিছে।

মৃত্যুৰ সময়ত তেওঁ পত্নী, দুজন পুত্ৰ আৰু দুগৰাকী কন্যাক এৰি থৈ যায়।

মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেওঁৰ বাসগৃহ অগণন লোকে ভৰি পৰে। তেওঁৰ মৃতদেহ লৈ দুধনৈ চহৰৰ মাজেৰে এক বিশাল শোভাযাত্ৰা উলিয়াই দুধনৈ ৰাজহোৱা শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয়।

নিখিল ৰাভা সাহিত্য সভাৰ প্ৰধান সম্পাদক ৰাজ কুমাৰ ৰাভাই সংবাদ মাধ্যমলৈ প্ৰৰণ কৰা এক শোক বাৰ্তাত মানবেন্দ্ৰ ৰাভাৰ মৃত্যু ৰাভা সমাজৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰাৰ লগতে এজন জাতিটেৰ এজন নিষ্ঠাৱান কৰ্মীক হেৰোৱা বুলি শোক প্ৰকাশ কৰে।

উল্লেখ্য যে ১৯৫৪ চনৰ ২০ ফেব্ৰুৱাৰিত জন্মগ্ৰহণ কৰা ৰাভা ছাত্ৰাৱস্থাৰ পৰাই সমাজিক কাম-কাজৰ  সৈতে জড়িত আছিল।

সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য থকা ৰাভা অগপৰ প্ৰতিষ্ঠা কালতে দলটোত যোগদান কৰি এজন সক্ৰিয় কৰ্মী হিচাপে কাম কৰিছিল। পিছত তেওঁ বিজেপিত যোগদান কৰে।

মৃত্যু সময়লাকে নিখিল ৰাভা জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্বত থকা বিশিষ্ট নেতা গৰাকী অঞ্চলটোৰ আন বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে ওতপ্ৰোত ভাৱে জড়িত আছিল।

ৰাভাৰ মৃত্যুত তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই বুধবাৰে দুধনৈ চহৰৰ দোকান-পোহাৰ দুঘণ্টাৰ বাবে বন্ধ ৰখা হয়।

উল্লেখ্য যে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথ, নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেন সিং ৰাভা, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ উপৰি বহু বিশিষ্ট ব্যক্তিয়ে গৈ প্ৰয়াত মানবেন্দ্ৰ ৰাভাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সঁচাকৈয়ে ৰক্তদান কৰিলে মাত্ৰ ১০ মিনিটতে ৫০০ কেলৰি নাইকিয়া হয় নেকি! কি কয় চিকিৎসকে?

সঁচাকৈয়ে ৰক্তদান কৰিলে মাত্ৰ ১০ মিনিটতে ৫০০ কেলৰি নাইকিয়া হয় নেকি! কি কয় চিকিৎসকে?

September 4, 2025 6:30 am
শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

September 3, 2025 9:30 pm
নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

নাগৰিকত্ব সংশোধনী আইনৰ সময়সীমা বৃদ্ধিক তীব্ৰ সমালোচনা অজিত কুমাৰ ভূঞাৰ

September 3, 2025 8:35 pm
ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

September 3, 2025 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সঁচাকৈয়ে ৰক্তদান কৰিলে মাত্ৰ ১০ মিনিটতে ৫০০ কেলৰি নাইকিয়া হয় নেকি! কি কয় চিকিৎসকে?

সঁচাকৈয়ে ৰক্তদান কৰিলে মাত্ৰ ১০ মিনিটতে ৫০০ কেলৰি নাইকিয়া হয় নেকি! কি কয় চিকিৎসকে?

September 4, 2025 6:30 am
শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ PGT-TET শিক্ষক নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা!

September 3, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd