• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছত্তীশগড়ত ২০জন মাওবাদীৰ আত্মসমৰ্পণ, মুঠ মূৰৰ মূল্য আছিল ৩৩ লাখ টকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 3, 2025 7:33 pm
46
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘লাল সন্ত্ৰাস’ ৰোধ কৰাত এক বৃহৎ সফলতা। ছত্তীশগড়ৰ চুকমা জিলাত অস্ত্ৰসহ ২০ গৰাকী মাওবাদী নেতাই আত্মসমৰ্পণ কৰে। তেওঁলোকৰ মূৰত মুঠ মূল্য আছিল ৩৩ লাখ টকা। এই কথা বুধবাৰে আৰক্ষীয়ে অৱগত কৰে। ছত্তীশগড়কে ধৰি বিভিন্ন ৰাজ্যত চলি থকা অভিযানৰ মাজতে মাওবাদীৰ আত্মসমৰ্পণক আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ বাবে এক বৃহৎ সফলতা হিচাপে দেখা গৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি আজি ৯ গৰাকী মহিলাসহ মুঠ ২০ গৰাকী মাওবাদী নেতাই অস্ত্ৰসহ আৰক্ষী আৰু চি আৰ পি এফ জোৱানৰ ওচৰত আত্মসমৰ্পণ কৰে। প্ৰশাসনৰ তথ্য অনুসৰি আত্মসমৰ্পণ কৰা মাওবাদীৰ ২ জনৰ মূৰৰ মূল্য আছিল ৮ লাখ টকাকৈ। তেওঁলোক হ’ল শৰ্মিলা ওৰফে বিকাশ ভূইম (২৫) আৰু তাতী কোছি ওৰফে প্ৰমিলা (২০)। ৫৪ বছৰীয়া মুচাকা হুডমা নামৰ আন এজন মাওবাদী নেতাৰ মূৰৰ মূল্য আছিল ৫ লাখ টকা। আৰু চাৰিজন মাওবাদী নেতাৰ মূৰৰ মূল্য আছিল ৪ লাখ টকাকৈ। ইয়াৰ উপৰিও কেইবাজনো মাওবাদীৰ মূৰৰ মূল্য আছিল ১ লাখ টকাকৈ। আত্মসমৰ্পণ কৰা মাওবাদীসকলক মাওবাদী পুনৰ্বাসন নীতি অনুসৰি চাকৰি আৰু অন্যান্য বিভিন্ন সাহায্যৰ লগতে ৫০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব বুলিও প্ৰশাসনে অৱগত কৰিছে।

Apply Now

প্ৰসংগক্ৰমে চত্তীশগড় চৰকাৰে ‘নক্সাল আত্মসমৰ্পণ আৰু ভুক্তভোগী পুনৰ্বাসন নীতি ২০২৫’ত কেইবাটাও পৰিৱৰ্তন কৰি মাওবাদীক অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰিবলৈ বাধ্য কৰাইছে। য’ত আত্মসমৰ্পণ কৰা মাওবাদীসকলক পুনৰ্বাসন, চাকৰি, আৰ্থিক পুৰস্কাৰ আৰু আইনী সুৰক্ষা প্ৰদান কৰা হয়। নতুন পুনৰ্বাসন নীতিয়ে মাওবাদী নেতাৰ পদবী অনুযায়ী সুবিধা প্ৰদান কৰে। ৰাজ্যিক সমিতি, আঞ্চলিক সমিতি, কেন্দ্ৰীয় সমিতি, পলিটব্যুৰোৰ সদস্যৰ দৰে উচ্চ পদস্থ কেডাৰক ৫ লাখ টকাৰ এককালীন অনুদান প্ৰদান কৰা হয়। লঘু মেচিনগান লৈ আত্মসমৰ্পণ কৰাসকলেও পাব ৫ লাখ টকাৰ নগদ পুৰস্কাৰ। যিবোৰ ক্ষেত্ৰত মাওবাদী ইউনিটৰ ৮০ শতাংশ সদস্যই একেলগে আত্মসমৰ্পণ কৰে, তেনে ক্ষেত্ৰত পুৰস্কাৰ দুগুণ হ’ব। এই পুনৰ্বাসন পেকেজত চাকৰি আৰু শিশুৰ শিক্ষাৰ ক্ষেত্ৰত সহায়ো অন্তৰ্ভুক্ত কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd