• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰাপত্তা পৰিস্থিতিৰ বুজ ল’বলৈ মেঘালয় সীমান্তত উপস্থিত বি এছ এফৰ অতিৰিক্ত সঞ্চালক প্ৰধান

এন ই নাও নিউজ by এন ই নাও নিউজ
May 29, 2018 9:28 pm
DSC_0084
102
VIEWS
Share on FacebookShare on Twitter

সীমা সুৰক্ষা বাহিনীৰ (বি এছ এফ) অতিৰিক্ত সঞ্চালক প্ৰধান নাছিৰ কমল মেঘালয় সীমান্তত উপস্থিত হৈ নিৰাপত্তা পৰিস্থিতিৰ খুঁটি-নাটিৰ বুজ লয়। প্ৰধান কাৰ্যালয়ৰ (ইষ্টাৰ্ন কমাণ্ড)কলকাতাৰো বিশেষ সঞ্চালক প্ৰধানৰ দায়িত্বত থকা নাছিৰ কমলে মেঘালয় সীমান্তত থকা বি এছ এফৰ প্ৰধান কাৰ্যালয়ত দেওবাৰৰ পৰা মঙলবাৰলৈকে উপস্থিত থাকে।

মেঘালয়ৰ সীমান্ত খাছী পাহাৰত থকা সীমান্ত এলেকা পৰদৰ্শন কৰাৰ সময়চোৱাত অতিৰিক্ত সঞ্চালক প্ৰধানগৰাকীক সংগ দিছিল সীমান্ত সুৰক্ষা বাহিনীৰ মেঘালয় সীমান্তৰ মহাপৰিদৰ্শক ললাটেন্দু মহান্তিয়ে।

সোমবাৰে অতিৰিক্ত সঞ্চালক প্ৰধানগৰাকীয়ে শ্বিলঙত থকা মাওপাত বি এছ এফ শিবিৰ আৰু উমপ্লিং বি এছ এফ শিবিৰত থকা দক্ষতা বিকাশ কেন্দ্ৰ উন্মোচন কৰে। তাত তেওঁ বি এছ এফৰ বিষয়াসকলৰ সৈতে মত বিনিময় কৰি অভিযানৰ সময়ৰ ‘ব্ৰিফিং’ প্ৰদান কৰাৰ উপৰিও জোৱানসকলৰ সৈতে বাৰ্তালাপ কৰাৰ উপৰিও এখন সৈনিক সন্মীলনত ভাগ লয়।

তাৰ পাছত তেওঁ পূব খাছী পাহাৰৰ হাট থিমাই আৰু ভোলাগঞ্জত থকা এটা সীমান্ত তালাচী চকী পৰিদৰ্শন কৰি তাত মোতায়েন সৈন্যসকলৰ সৈতেও মত বিনিময় কৰে আৰু মেঘালয় সীমান্তৰ নিৰাপত্তা ব্যৱস্থাটোৰ বুজ লয়। বাংলাদেশ সীমান্ত ৰক্ষী (BGB) বাহিনীৰ সেনাসকলৰ সৈতে বাৰ্তালাপ কৰি সু-সম্পৰ্কৰ চিনস্বৰূপে তেওঁলোকৰ মাজত মিঠাই বিতৰণ কৰে।

মঙলবাৰে বি এফ এফৰ লোকসকলক পৃথিৱী মাতৃৰ প্ৰতি কিবা এটা কৰাৰ প্ৰেৰণাৰে উদ্বুদ্ধ কৰাৰ উদ্দেশ্যৰে এটা বৃক্ষ ৰোপণ কাৰ্যসূচীও গ্ৰহণ কৰা হয়।এই বিশেষ অভিযানত মেঘালয়ৰ অন্তৰ্গত প্ৰতিটো সীমান্ত তালাচী চকী আৰু বি এছ এফ মোতায়েন হৈ থকা স্থানসমূহত প্ৰায় ১৫,০০০ টা বিভিন্ন জাতৰ গছপুলি ৰোপণ কৰে মেঘালয়ৰ বি এছ এফৰ সৈন্য, বিষয়াবৰ্গ আৰু তেওঁলোকৰ পৰিয়ালবৰ্গই।

এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰাৰ বাবে বি এছ এফ মোতায়েন হৈ থকা হৈ থকা ভাৰতৰ সকলো স্থানতেই গছপুলি ৰোপণ কৰি প্ৰতিটো চৌহদ সেউজীয়াতকৈ ৰখাৰ পৰিকল্পনা কৰে বাহিনীটোৱে।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ “চাই, চেটাৰ্ছ এণ্ড চেপ্টাৰ্ছ” শীৰ্ষক প’ডকাষ্ট আৰম্ভ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

গাজাত গণহত্যা বন্ধৰ দাবী, পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাওঁ দলসমূহৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বহিৰাগত বণিয়াৰ এডভান্টেজৰ বাবে অসমীয়াৰ বিৰুদ্ধে চক্ৰান্ত কৰিছে বিজেপি চৰকাৰে : সৰুসজাইৰ ভূমি অধিগ্ৰহণৰ বিৰোধিতা আপ অসমৰ

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

বুধবাৰে এইকেইখন জিলাত হ’ব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ! বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে সতৰ্কবাণী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd