ৰাজ্যখনৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই বৃদ্ধি পাইছে শোকাৱহ পথ দুৰ্ঘটনা। কালি নিশা নলবাৰীৰ বৰসৰকুছি নিবাসী তথা উদীয়মান যুৱ ব্যৱসায়ী সমুজ্জল শৰ্মাৰ এক পথ দুৰ্ঘটনাত মৃত্যু হয়। যুৱকজন নলবাৰী চহৰত অৱস্থিত ‘মা কালী হল’ নামৰ ফাৰ্মাচীৰ গৰাকী আছিল। নিশা মটৰ চাইকেলেৰে বিয়া এখনৰ পৰা ঘৰলৈ ওভতাৰ পথত চহৰৰ ৰে’ল গেইটৰ সমীপতে নিয়ন্ত্ৰণ হেৰুৱায় পথৰ সমীপতে বাগৰি পৰাৰ ফলত থিতাতে মৃত্যু হয় যুৱকজনৰ। পিছত ঘটনাস্থলীত তেওঁৰ লগৰ বন্ধু কেইজন মান উপস্থিত হৈছিল যদিও যুৱকজনক মৃত অৱস্থাতহে পাইছিল। যুৱকজনৰ মৃত্যুত নলবাৰী চহৰ তথা বৰসৰকুছি অঞ্চলত শোকৰ ছাঁ পৰিছে।
পথ দুৰ্ঘটনাত মৃত্যু নলবাৰীৰ যুৱ ব্যৱসায়ীৰ
-
By NE NOW NEWS
- Categories: অসম
Related Content
প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰকঃ ডি ৱাই এফ আই
By
এন ই নাও নিউজ ব্যুৰো
September 16, 2024 7:42 pm
এটাও পৰীক্ষা নিকাকৈ পাতিব নোৱাৰে চৰকাৰে! ভাইৰেল হ’ল ১৫ ছেপ্তেম্বৰৰ ADRE ৰ প্ৰশ্নকাকত
By
এন ই নাও নিউজ ব্যুৰো
September 16, 2024 6:23 pm
মিছামাৰী সামৰিক ষ্টেচনত ডিফেন্স ৰিচাৰ্চ লেবৰেটৰীৰ উদ্যোগত পানী বিশুদ্ধকৰণ প্ৰযুক্তি সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী
By
এন ই নাও নিউজ ব্যুৰো
September 16, 2024 4:38 pm
তালাচীৰ নামত পৰীক্ষাৰ্থীৰ শ্লীলতা হানি সন্দৰ্ভত মানৱ অধিকাৰ আয়োগক অভিযোগ আপৰ
By
এন ই নাও নিউজ ব্যুৰো
September 16, 2024 3:38 pm
এক দেশ-এক নিৰ্বাচনৰ দ্বাৰা কাৰ কিমান লাভ? কোন দেশত আছে এই আৰ্হি, ভাৰতত প্ৰত্যাহ্বান কি?
By
এন ই নাও নিউজ ব্যুৰো
September 16, 2024 2:49 pm
স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৭২ ঘন্টীয়া অনশনৰ সামৰণি
By
এন ই নাও নিউজ ব্যুৰো
September 16, 2024 1:06 pm