NORTHEAST NOW (Assamese)

পুনৰ বিতৰ্কিত মন্তব্য ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ

November 19, 2017 10:41 am · এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :

আজি পুনৰ বিতৰ্কিত মন্তব্য কৰে বিতৰ্কিত মন্তব্য কৰি ভাল পোৱা সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে। বয়োজ্যেষ্ঠ সাংবাদিকজনে নিজৰ স্বভাৱগত মন্তব্যত কয়, ‘কমলকুমাৰ মেধিক মই দেশদ্ৰোহী বুলি কওঁ’। লগতে তেওঁ কয় যে থানাত যিহেতু তেওঁৰ বিৰুদ্ধে গোচৰ তৰা হৈছে গতিকে তেওঁ দিছপুৰ থানালৈ গৈ আত্মসমৰ্পণ কৰিব। আনহাতে তেওঁ অসমত সোমাই সন্ত্ৰাস কৰা নাগাক গুলীয়াই মৰা সম্পৰ্কত নিজৰ স্থিতি একেই আছে বুলি কয়।

Related News