• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰতিবাদত বহিল বেতনৰ পৰা বঞ্চিত ASRF জোৱান  

এন ই নাও নিউজ by এন ই নাও নিউজ
February 27, 2018 10:22 pm
nalbari ASRF
260
VIEWS
Share on FacebookShare on Twitter

নলবাৰী আখৰাস্থিত প্ৰথম অসম বিশেষ সংৰক্ষিত বাহিনীৰ অধিনায়কৰ কাৰ্যালয়ত আজি জোৱানসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লেখ্য যে, বিগত ডিচেম্বৰ মাহৰ পৰাই জোৱানসকলে দৰমহা লাভ নকৰাৰ ফলতেই আজি প্ৰতিবাদত নামিব লগীয়া হৈছে।

প্ৰতিবাদ সাব্যস্ত কৰা ASRF জোৱানসকলে অসম চৰকাৰ হায় হায়, আমাৰ দৰমহা মোকলাই দিয়ক, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি শ্ল’গানেৰে প্ৰতিবাদস্থলীৰ পৰিবেশ উত্তাল কৰি তোলে৷

আনহাতে, বিষয়া জোনালী পাটগিৰীয়ে এওলোকৰ প্ৰতিবাদক একো সহাৰি নিদিয়াৰো অভিযোগ উত্থাপন কৰে৷

মন কৰিবলগীয়া যে এই জোৱানসকলৰ পৰিয়ালে প্ৰতিটো দিনেই হাহাকৰ কৰি পাৰ কৰিব লগা হৈছে। কিয়নো ৰাজ্য চৰকাৰে এওঁলোকক মাহৰ পিছত মাহ ধৰি নিজৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত কৰি ৰাখিছে।

উল্লেখ্য যে অসম চৰকাৰে স্মাৰ্ট আৰক্ষীৰ সপোন দেখাৰ সময়তে প্ৰথম অসম বিশেষ সংৰক্ষিত বাহিনীৰ জোৱানসকলৰ এনে অৱস্থাৰ বাবে সৰ্বত্ৰে চৰ্চিত হোৱা পৰিলক্ষিত হৈছে। বাজেট নথকাৰ অজুহাতত মাহৰ পিচত মাহ ধৰি চৰকাৰে প্ৰথম অসম বিশেষ সংৰক্ষিত বাহিনীৰ জোৱানক দৰমহা আদায় নিদিয়াকৈ পৰিয়াল চলোৱাত ব্যাপক সমস্যাত পৰে৷

ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাত জড়িত জোৱানসকলৰ দৰমহা ৰাজ্য চৰকাৰে আদায় নিদিয়াত সমগ্ৰ নলবাৰীতে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে বিষয়া সহ ১১৩০ গৰাকী জোৱানে তিনিমাহ ধৰি দৰমহা পোৱা নাই৷

Recent News

কেতিয়া পুনৰ মৰ্ত্যলৈ ঘূৰি আহিব শুভাংশু শুক্লা? জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

কেতিয়া পুনৰ মৰ্ত্যলৈ ঘূৰি আহিব শুভাংশু শুক্লা? জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱৱাহাটীত অনুষ্ঠিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱৱাহাটীত অনুষ্ঠিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd