• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰামণৰ নাগালেণ্ড ভ্ৰমণ বাতিল

এন ই নাও নিউজ by এন ই নাও নিউজ
May 20, 2018 7:19 pm
Chabua-Union-Defense-Minister-Niemala-Sitharaman
109
VIEWS
Share on FacebookShare on Twitter

প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰামণ ( Nirmala Sitharaman )এ ২০ মে’ৰ নাগালেণ্ড ভ্ৰমণ বাতিল কৰিছে। ৰাজ্যখনৰ ম্যানমাৰৰ সীমামূৰীয়া অঞ্চলসমূহ পৰিদৰ্শন কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আজি নাগালেণ্ড ভ্ৰমণ কৰাৰ কথা আছিল।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কি কাৰণত ভ্ৰমণ বাতিল কৰিলে জানিব পৰা হোৱা নাই।

পৰিদৰ্শন কালত ভাৰতীয় সেনাৰ ইষ্টাৰ্ন কমাণ্ডৰ মুৰব্বী লেফটেনেণ্ট জেনেৰেল অভয় কৃষ্ণাই প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীক সংগ দিয়াৰ কথা আছিল।

উত্তৰ-পূবৰ ৰাজ্যসমূহৰ নিৰাপত্তা পৰিস্থিতিৰ বুজ লৈ থকা কৃষ্ণা ইতিমধ্যে আহি ডিমাপুৰত উপস্থিত হৈছিল।

Recent News

বড়োলেণ্ডত নিশ্চিহ্ন হৈ পৰিব নেকি শাসকীয় বিজেপি? বড়োলেণ্ডত একত্ৰিত হ’ব হাগ্ৰামা-প্ৰমোদ!

বড়োলেণ্ডত নিশ্চিহ্ন হৈ পৰিব নেকি শাসকীয় বিজেপি? বড়োলেণ্ডত একত্ৰিত হ’ব হাগ্ৰামা-প্ৰমোদ!

মহাবিদ্যালয় আৰু প্ৰশিক্ষণৰত ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য সুৰক্ষাৰ বাবে নতুন নিৰ্দেশনা জাৰি উচ্চতম ন্যায়ালয়ৰ

মহাবিদ্যালয় আৰু প্ৰশিক্ষণৰত ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য সুৰক্ষাৰ বাবে নতুন নিৰ্দেশনা জাৰি উচ্চতম ন্যায়ালয়ৰ

২০৩৩ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা : ভৱিষ্যদ্বাণী বিটিআৰৰ শিক্ষা উপদেষ্টাৰ

২০৩৩ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী হ’ব হিমন্ত বিশ্ব শৰ্মা : ভৱিষ্যদ্বাণী বিটিআৰৰ শিক্ষা উপদেষ্টাৰ

যৌন নিৰ্যাতন আৰু অপহৰণৰ চেষ্টাৰ অভিযোগ : বিজেপি সাংসদৰ বদনামী পুত্ৰক আইনী পদত নিযুক্তি!

যৌন নিৰ্যাতন আৰু অপহৰণৰ চেষ্টাৰ অভিযোগ : বিজেপি সাংসদৰ বদনামী পুত্ৰক আইনী পদত নিযুক্তি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd