• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘শত্ৰুপক্ষক ৰুধিবলৈ বায়ু সেনা সম্পূৰ্ণ সক্ষম’ : প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমন

অভিক চক্ৰৱৰ্তী/প্ৰণৱ কুমাৰ দাস by অভিক চক্ৰৱৰ্তী/প্ৰণৱ কুমাৰ দাস
April 19, 2018 6:25 pm
Chabua- Union Defense Minister Niemala Sitharaman
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমন ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত ভাৰতীয় বায়ুসেনা ঘাটিত উপস্থিত হৈ ভাৰতীয় বায়ুসেনাৰ গগণ শক্তিৰ অনুশীলন উপভোগ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় চীন সীমান্তৰ সমীপৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডো পৰিদৰ্শন কৰে। এই কথা জানিবলৈ দিয়ে তেজপুৰস্থিত প্ৰতিৰক্ষা মুখপাত্ৰ লে.কৰ্ণেল হৰ্ষ বৰ্ধন পাণ্ডে।

আজি ৰাতিপুৱা প্ৰায় ১১ বজাত চাবুৱাস্থিত বায়ুসেনাৰ ঘাটিত উপস্থিত হোৱা প্ৰতিৰক্ষা মন্ত্ৰীৰ লগতে বায়ুসেনাৰ মুৰব্বী বীৰেন্দৰ সিং ধানোৱা আৰু বায়ু সেনাৰ অন্য বিষয়াসকলে ভাৰতীয় বায়ুসেনাই প্ৰদৰ্শন কৰা আটাইতকৈ সৰ্ববৃহৎ অনুশীলন উপভোগ কৰাৰ লগতে বিমান ঘাটিটোৰ বিভিন্ন আন্তঃগাথনিৰ দিশ সম্পৰ্কতো পৰ্যালোচনা কৰা দেখা যায়। ইয়াৰ পাছতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশৰ পাচীঘাটলৈ ৰাওনা হয়।

Apply Now

‘শত্ৰুপক্ষক ৰুধিবলৈ বায়ু সেনা সম্পূৰ্ণ সক্ষম। দেশত প্ৰথমবাৰৰ বাবে ভাৰতীয় বায়ু সেনাই এনেধৰণৰ অনুশীলন কৰিছে। বায়ুসেনাৰ গগণ শক্তিৰ অনুশীলনক লৈ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে মই যথেষ্ট সুখী আৰু ভাৰতীয় বায়ু সেনাক লৈ মই গৌৰৱান্বিত’, বুলি চাবুৱাত মন্ত্ৰীগৰাকীয়ে সদৰী কৰে।

উল্লেখ্য যে ১৯৮৬-৮৭ চনৰ ব্ৰাছটাকছ অপাৰেশ্যনৰ পাছত পোন প্ৰথমবাৰৰ বাবে ভাৰতত বায়ুসেনাই এনেধৰণৰ বৃহৎ অনুশীলন প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে। ইফালে আজি প্ৰদৰ্শন কৰা অনুশীলনৰ বাবে বায়ুসেনাই ৩০০ বিষয়া, ১৫০০ এয়াৰমেনৰ উপৰি ১১০০ যুদ্ধ, পৰিবহন আৰু হেলিকপ্তাৰ একত্ৰিত কৰিব লগা হয় বুলি জানিবলৈ দিয়ে।

যোৱা ১০ এপ্ৰিলতে আৰম্ভ হোৱা বায়ু সেনাৰ প্ৰথম পৰ্যায়ৰ অনুশীলন সফলতাৰে অন্ত পৰাৰ পাছত আজি দ্বিতীয় পৰ্যায়ৰ অনুশীলন আৰম্ভ হয়। ভাৰত-চীন সীমান্ত উত্তৰ-পূবত ভাৰতীয় বায়ুসেনাৰ আৰম্ভ হোৱা অনুশীলন অহা ২৩ এপ্ৰিললৈ চলিব।

স্মৰ্তব্য যে ভাৰত-চীন সীমান্ত অঞ্চল উত্তৰ-পূবত ভাৰতীয় বায়ুসেনাৰ তেজপুৰ বিমান ঘাটিৰ পাছতে দ্বিতীয়টো হৈছে চাবুৱা বিমান ঘাটি।

অভিক চক্ৰৱৰ্তী/প্ৰণৱ কুমাৰ দাস

অভিক চক্ৰৱৰ্তী/প্ৰণৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

উত্তৰ-পূবৰ পৰা কেতিয়া সম্পূৰ্ণৰূপে আঁতৰিব আফস্পা? ডাঙৰ ঘোষণা গৃহমন্ত্ৰী অমিত শ্বাহৰ

June 13, 2026 4:59 pm
‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm
ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

ৰাজ্যত সুৰা বিক্ৰী আৰু বিপণি স্থানান্তৰকৰণৰ নতুন কঠোৰ নিয়ম ঘোষণা অসম চৰকাৰৰ

June 13, 2026 5:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd