আজি আবেলি প্ৰায় ৩ বজাত হায়দৰাবাদৰ নিজামুদ্দিন ইনষ্টিটিউট অফ মেডিকেল চায়েন্সত ধুবুৰী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা আনোৱাৰ হুছেইনৰ মৃত্যু ঘটে। হুছেইনৰ মৃত্যুত কংগ্ৰছকে ধৰি বিভিন্ন দল সংগঠনে শোক প্ৰকাশ কৰিছে। তেওঁৰ মৃত্যুৰ বাতৰিয়ে গৃহ চহৰ চাপৰত শোকৰ ছাঁ পেলাইছে। প্ৰায় এমাহ ধৰি প্ৰাক্তন সাংসদগৰাকী অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল। ২০০১ চনৰ পৰা ২০০৬ চনলৈ আনোৱাৰ হুছেইন ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ আছিল। অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক, নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সদস্য, কংগ্ৰেছ সেৱা দলৰ নেতাকে ধৰি বিভিন্ন ৰাজহুৱা অনুষ্ঠান- প্ৰতিষ্ঠানল সৈতে তেওঁ জড়িত আছিল।
প্ৰাক্তন সাংসদ, কংগ্ৰেছ নেতা আনোৱাৰ হুছেইনৰ মৃত্যু
-
By NE NOW NEWS
- Categories: অসম
Related Content
ব্লেকত বিক্ৰী হৈছে আই পি এলৰ টিকট বিক্ৰী : কলা বজাৰৰ লগত জড়িত আছে কিশোৰ
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 19, 2024 6:19 pm
ভূ-লুণ্ঠিত মানৱতা! ভগ্নীৰ ধৰ্ষণৰ ন্যায় বিচাৰি যোৱা ভাতৃক নৃশংসভাৱে হত্যা কৰিলে অপৰাধীৰ পৰিয়ালে
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 19, 2024 4:05 pm
সোমবাৰে পঞ্চম পৰ্যায়ত ৪৯টা সমষ্টিত ভোটগ্ৰহণ; দৃষ্টি আকৰ্ষণ কৰা কোন কোন তাৰকা প্ৰাৰ্থী?
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 19, 2024 3:10 pm
কুম্ভকৰ্ণৰ সন্ধানত! দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’ল টোপনিৰ প্ৰতিযোগিতা
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 19, 2024 1:05 pm
যোৰহাটত আশ্চৰ্যকৰ ঘটনা! মদাহী স্বামীৰ বৰ্বৰতা সহিব নোৱাৰি হত্যা কৰি জ্বলাই দিলে পত্নীয়ে
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 19, 2024 1:03 pm
বিকল্প নাই! বিক্ৰী হ’ব কোম্পানী, আৰ বি আইৰ পৰা ১০ দিনৰ সময় বিচাৰিলে অনিল আম্বানীয়ে
By
এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
May 19, 2024 11:55 am