• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভূ-লুণ্ঠিত মানৱতা! ভগ্নীৰ ধৰ্ষণৰ ন্যায় বিচাৰি যোৱা ভাতৃক নৃশংসভাৱে হত্যা কৰিলে অপৰাধীৰ পৰিয়ালে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
May 19, 2024 4:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিনটো আছিল ৩মে’। দুধনৈত অনুষ্ঠিত হৈ আছিল ৰংজালী বৈশাগু উৎসৱ।সেইদিনা নিশা হিৰণ্ময় খাকলাৰী ভগ্নীৰ আৰু আনএগৰাকী কিশোৰীৰ সৈতে বিহু চাবলৈ গৈছিল।

বৈশাগু উৎসৱ চাই নিশা উভতি আহোতে ধন তালুকদাৰ নামৰ এটা পাষণ্ডই লগত আৰু কেইজনমানক লৈ এই দুই কিশোৰীক ধৰ্ষণ কৰে। টঙাবাৰী নামৰ গাওঁখনৰ এটা ইটাভাটাত এই কুকৰ্ম সংঘটিত কৰি দুই কিশোৰীক পথত পেলাই থৈ যায় ।

Apply Now

কিন্তু এই ধৰ্ষণৰ খবৰে সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰাত ব্যৰ্থ হ’ল। বাতৰিৰ সন্ধানত থকা বহুজনৰ বাবে এনে এটা জঘন্য ঘটনা সাধাৰণ খবৰ হৈয়ে ৰৈ গ’ল। দৰিদ্ৰ এই কিশোৰী দুগৰাকীক এনে দশা কৰা অপৰাধীৰ বিৰুদ্ধে শাস্তিৰ দাবী কৰিবলৈ আহৰি নাপালে সদাসষ্টম দল-সংগঠনসমূহে।

ধৰ্ষণকাণ্ড সংঘটিত হোৱাৰ পাছত দুধনৈত থানাত কিশোৰী দুগৰাকীৰ পৰিয়ালে এটা গোচৰ ৰুজু কৰে। দুধনৈ থানাত ৰুজু কৰা গোচৰ নম্বৰ আছিল ৩৫/২৪। এই বলাৎকাৰ কাণ্ডত অভিযুক্ত আছিল ৩ লম্পট ক্ৰমে ধন তালুকদাৰ, বাহাৰ আলী আৰু ৰহমান আলী।

ইতিপূৰ্বে কুখ্যাত অপৰাধী বুলি নাম থকা ধন তালুকদাৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে তৎকালীনভাৱে ব্যৱস্থা লোৱা নাছিল।যাৰ ফলত স্থানীয় লোকসকল উত্তেজিত হৈ পৰিছিল। চুবুৰীটোৰ কিছুলোক লগ হৈ ধন তালুকদাৰৰ ঘৰলৈ ঘটনা সন্দৰ্ভত জবাবদিহি কৰিবলৈ গৈছিল। তাৰ পৰাই আৰম্ভ হ’ল আন এক কাহিনী।

হিৰণ্ময় খাকলাৰীৰ মৃত্যুৰ পাছত পৰিয়ালৰ লোকে ১৭মে’ত দুধনৈৰ থানাত দাখিল কৰা এজাহাৰত উল্লেখ কৰা মতে, গাঁওৰক্ষী বাহিনীৰ কিছু লোকৰ সৈতে হিৰণ্ময় খাকলাৰী ধন তালুকদাৰৰ ঘৰলৈ যাওতে ধনৰ পৰিয়ালৰ লোকে আক্ৰমণ কৰে। এই আক্ৰমণকাৰী সকলৰ ভিতৰত আছিল ধন তালুকদাৰৰ জ্যেষ্ঠ ভাতৃ শেখৰ আলী, সহযোগী বাহাৰ আলী আৰু ৰহমান আলী। দাঁ-লাঠীৰে ধনৰ পৰিয়ালৰ লোকে আক্ৰমণ কৰাৰ সময়ত ধনৰ ভনীয়েক চোনিয়া বেগম ওৰফে পাৰমিনাই এখন চুৰিৰে হিৰণ্ময়ক পিছফালৰ পৰা আঘাত হানে।

ভগ্নীৰ হৈ ন্যায় বিচাৰিবলৈ গৈ অপৰাধীৰ ভগ্নীৰ হাতত ধৰাশায়ী হোৱা হিৰণ্ময় মৃত্যুৰ সৈতে যুঁজি ১১দিনৰ অন্তত শেষ নিশ্বাস ত্যাগ কৰে। দুধনৈ আৰক্ষীয়ে এই দুই ঘটনাৰ সন্দৰ্ভত আটাইকেইটা অপৰাধীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।কিন্তু ঘটনা সন্দৰ্ভত অসমৰ জাতীয় দল সংগঠনৰ কৌশলগত মৌনতাই সচেতন সমাজক বাৰুকৈয়ে স্পৰ্শ কৰিছে৷

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd