• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰেমিকাক বলাৎকাৰ কৰাৰ অভিযোগত ওদালগুৰিত যুৱক গ্ৰেপ্তাৰ

ছাজিদ খান by ছাজিদ খান
August 3, 2018 6:25 pm
Rape-accused-570x320

আভিযুক্ত জ্যোতি প্ৰসাদ বৰা

83
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি জিলাৰ টংলাত এটা প্ৰেমজনিত ঘটনাই তিক্ততা মাতি অনাৰ এটা বিৰূপ ঘটনা শেহতীয়াভাৱে পোহৰলৈ আহিছে। জানিব পৰা মতে ওদালগুৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা জ্যোতি প্ৰসাদ বৰা ওৰফে প্ৰসাদ নামৰ বৃত্তিত গাড়ীচালক ২৭ বছৰীয়া যুৱকজনে তেওঁৰ  প্ৰেমিকাৰ সৈতে বিবাহৰ প্ৰতিশ্ৰুতিৰে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল।

শাৰীৰিক সম্পৰ্কৰ ফলত সন্তান সম্ভৱা হোৱা কিশোৰীগৰাকীয়ে (১৯) বৃহস্পতিবাৰে যুৱকজনৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে। অভিযুক্ত জ্যোতি প্ৰসাদ বৰাৰ ঘৰ লৈছে দৰং জিলাৰ মঙলদৈ আৰক্ষী থানাৰ অন্তৰ্গত ছাৰেং চুবুৰী গাঁৱত।

জ্যোতি প্ৰসাদ বৰাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ ধাৰাৰ অধীনত  টংলা থানাত ১২২/১৮ নম্বৰত পঞ্জীয়ণভুক্ত হোৱা গোচৰটোৰ ভিত্তিত টংলা আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে জ্যোতি প্ৰসাদ বৰাই তেওঁৰ বিৰূদ্ধে উঠা অভিযোগ অস্বীকাৰ কৰিছে।

ইতিমধ্যে টংলা আৰক্ষীয়ে নিৰ্যাতিতাগৰাকীৰ মেডিকেল প্ৰতিৱেদন অহালৈ অপেক্ষা কৰিছে আৰু ঘটনা সন্দৰ্ভত এটা অনুসন্ধান কৰি আছে।

আজি গ্ৰেপ্তাৰ কৰা যুৱকজনক ওদালগুৰিৰ জিলা আদালতত হাজিৰ কৰা হৈছে।

উল্লেখ্য যে এই একেই অপৰাধতেই ছমু তপ্ন নামৰ যুৱকজনক নিম্ন আদালতৰ ৰায় বাহাল ৰাখি ওদালগুৰিৰ অতিৰিক্ত সত্ৰ আদালতে ৫০০০ টকা জৰিমনাসহ ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে।

Recent News

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

পত্নী আৰু পত্নীৰ প্ৰেমিকে হত্যা কৰিলে প্ৰাক্তন সেনা বিষয়াক : শৰীৰটো ৬ টা টুকুৰাত বিভক্ত কৰি সিচিলে চহৰৰ বিভিন্ন প্ৰান্তত

ঘৰলৈ আহিল পূৰ্ণম কুমাৰ : বিএছএফ জোৱানক নিচৰ্তভাবে মুকলি কৰি দিলে পাকিস্তানে

ঘৰলৈ আহিল পূৰ্ণম কুমাৰ : বিএছএফ জোৱানক নিচৰ্তভাবে মুকলি কৰি দিলে পাকিস্তানে

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ ভয়ানক আক্ৰমণ : ৫১ জন নিহত, আহত শতাধিক

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

বিশ্বৰ আটাইতকৈ দৰিদ্ৰ ৰাষ্ট্ৰপতি জোচে মুজিকাৰ দেহাৱসান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd