• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পৰিৱেশ দিৱস উপলক্ষে ছাত্ৰ-ছাত্ৰীৰ মাজত সেউজ সজাগতা বৃদ্ধিৰ প্ৰয়াস কলিয়াবৰত

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
June 6, 2018 6:54 am
IMG-20180605-WA0019
1.2k
VIEWS
Share on FacebookShare on Twitter

বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে কলিয়াবৰৰ এটি আগশাৰীৰ স্বেচ্ছাসেৱী অনুষ্ঠান ‘অপেন ড’ৰ অসমে ‘ বিভিন্ন কাৰ্যসূচীৰে মিছাত পালন কৰে পৰিৱেশ দিৱসৰ কাৰ্যসূচী।

মিছাৰ হলী ফেইথ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পৰিৱেশ সজাগতা মূলক অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰাৰ লগতে বিদ্যালয় প্ৰাংগনৰ লগতে পথৰ দাঁতিত গছ পুলি ৰোপণ কৰি পৰিৱেশ দিৱস পালন কৰিলে স্বেচ্ছাসেৱী সংগঠনটোৱে।

গছপুলি ৰোপণ কাৰ্যসূচীত নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক মৃণাল কুমাৰ হাজৰিকা, সক্ৰিয় সমাজকৰ্মী ৰিপেন শৰ্মাৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী , শিক্ষক-শিক্ষয়িত্ৰী তথা অভিভাৱক-অভিভাৱিকা সকলে ভাগ লয়।

অপেন ড’ৰ অসমৰ সদস্যসকলে বিদ্যালয় প্ৰাংগনত পৰিৱেশ দিৱস উদযাপনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ মাজত সেউজ সজাগতা বৃদ্ধিৰ প্ৰয়াস চলায়।

আনহাতে নগাওঁ জিলা সাহিত্য সভাৰ উদ্যোগত, কলিয়াবৰ শাখা সাহিত্য সভাৰ সহযোগত আৰু মিছা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ব্যৱস্থাপনাত মিছা হাইস্কুলতো দিনজোৰ কাৰ্যসূচীৰে আয়োজন কৰা হয় ” বিশ্ব পৰিবেশ দিৱস “। উক্ত কাৰ্যসূচিত কলিয়াবৰৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক তথা কলিয়াবৰৰ এজন সু-বক্তা প্ৰভাত গোস্বামীয়ে অংশগ্ৰহণ কৰি বিশ্ব পৰিৱেশ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি ছাত্র ছাত্ৰীক অনুপ্ৰেৰণা যোগোৱা পৰিলক্ষিত হয়।

লগতে কলিয়াবৰ কেন্দ্ৰীয় ছাত্র সন্থাৰ উপদেষ্টা শ্ৰীযুত মনি মাধৱ মহন্ত দেৱেও অনুষ্ঠান টোত অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি পৰিৱেশ দিৱস পালনৰ প্ৰাসংগিকতাৰ ওপৰত ভাষণ প্ৰদান কৰে।

Recent News

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd