• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বগীঢলা চাহ বাগিচাত সংঘটিত অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে আটছাৰ ১২ ঘণ্টীয়া গোলাঘাট জিলা বন্ধ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2017 1:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে গোলাঘাটৰ বগীঢলা চাহ বাগিচাত সংঘটিত গুলীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি আজি স্তব্ধ হৈ পৰে গোলাঘাটৰ জনজীৱন। চাহ বাগিচাখনৰ শ্ৰমিকৰ ওপৰত মালিক পক্ষই গুলী চালনা কৰাৰ প্ৰতিবাদত আজি আটছাই আহ্বান কৰা ১২ ঘন্টীয়া গোলাঘাট জিলা বন্ধ সৰ্বাত্মক ৰূপত পৰিলক্ষিত হয়। আজি পুৱাৰে পৰাই  জিলাখনৰ বিভিন্ন স্থানৰ লগতে ফৰকাটিং, গৰঙা, মেৰাপানী আদি স্থানত দোকান পোহাৰ বন্ধ কৰি ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাবস্ত্য কৰে। লগতে গোলাঘাট জিলাৰ সমূহ চাহ বাগিচা বন্ধ ৰখাৰ কথাও ঘোষণা কৰে। সংগঠনটোৱে বগীঢলা বাগিচাৰ মালিক তথা অভিযুক্তদ্বয়ক উচিত শাস্তি প্ৰদানৰ দাবী জনোৱাৰ লগতে আহত সকলক  ক্ষতিপূৰণৰ দাবী জনায়।

জানিব পৰা মতে বাগিচা কৰ্তৃপক্ষই শ্ৰমিক সকলক যোৱা  ন মাহতকৈ অধিক সময়ৰ দৰমহা দিয়া নাছিল। পি এফ, গ্ৰেচুইটিও দিবলৈ বাকী আছিল। আনকি যোৱা বছৰৰ ২০ শতাংশ পূজাৰ বোনাচো শ্ৰমিকসকলক দিয়া নাছিল। এই সম্পৰ্কত যোৱা ১৮ নৱেম্বৰত ৩০০তকৈও অধিক শ্ৰমিকে বাগিচাখনৰ কাৰ্য্যালয় তথা মালিকপক্ষক ঘেৰাও কৰিছিল। ইয়াৰ ফলশ্ৰুতিতে গোলাঘাটৰ শ্ৰম আয়ুক্ত আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ উপস্থিতিত শ্ৰমিকসকলৰ তীব্ৰ প্ৰতিবাদত সেও মানি মালিকপক্ষই তেওঁলোকক ১২ ডিচেম্বৰৰ ভিতৰত ১৪ শতাংশ বোনাছ দিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিছিল। কিন্তু  সেই সময়সীমা উকলি যোৱাত কালি কিছু সংখ্যক শ্ৰমিকে সমীৰ ৰয় আৰু সুধীৰ ৰয়ৰ লগত আলোচনাত মিলিত হৈ থকা সময়তে  দুই পক্ষৰ মাজত কথাৰ কটাকটি হৈ ক্ৰমে হতাহতিৰ ৰূপ লয়। পৰিস্থিতিটোৰ বিষয়ে তৎক্ষণাত নুমলীগড় আৰক্ষীলৈ খবৰ দিয়া হয়। অলপ পিছতে নুমলীগড় আৰক্ষী আহি উপস্থিত হয় আৰু আৰক্ষী বিষয়াৰ উপস্থিতিতে মালিকদ্বয়ে শ্ৰমিকসকলৰ ওপৰত গুলী চালনা কৰে। এই গুলীচলনাত দহজনকৈ লোক আহত হৈছিল।এই ঘটনা সংঘটিত হোৱাৰ পিছত দুহেজাৰতকৈও অধিক শ্ৰমিক বাগিচাৰ কাৰ্য্যালয়ৰ সন্মুখত একত্ৰিত হৈ কাৰ্য্যালয় ঘেৰাও কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

September 7, 2025 6:30 pm
সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

September 7, 2025 5:30 pm
প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণঃ নুমলীগড়ত বন্যহস্তী অহা-যোৱা কৰা পথত বেৰিকেড নিৰ্মাণ প্ৰশাসনৰ

September 7, 2025 5:05 pm
জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাইৰ পদত্যাগৰ ঘোষণা

জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাইৰ পদত্যাগৰ ঘোষণা

September 7, 2025 4:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

বনাঞ্চল বেদখলৰ ক্ষেত্ৰত দ্বিতীয় স্থানত অসম: বেদখলকাৰীৰ কবলত ৩.৬২ লাখ হেক্টৰ ভূমি

September 7, 2025 6:30 pm
সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

সাংসদ-বিধায়কসকলৰ বিৰুদ্ধে দীৰ্ঘদিনীয়া গোচৰ নিষ্পত্তিৰ বাবে পাঁচখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ  অসমৰ বিচাৰ বিভাগৰ

September 7, 2025 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd