আজি ডিমাকুছিৰ বদলাপাৰা চাহ বাগিচাত এটা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃতদেহটো নিকদিম বাৰা (৫২)ৰ বুলি জানিব পৰা গৈছে। জানিব পৰা মতে নিকদিম বাৰা যোৱা ২৮ নৱেম্বৰত খৰি লুৰিবলৈ যোৱাৰ পৰা নিৰুদ্দেশ হৈ আছিল। আজি তেওঁৰ মৃতদেহটো বদলাপাৰা শ্মশানৰ দাঁতিত উদ্ধাৰ হয়। ইতিমধ্যে ডিমাকুছিৰ আৰক্ষীয়ে মৃতদেহটো স্থানীয় দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ কৰিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। নিকদিম বাৰাৰ মৃত্যু আত্মহত্যা নে হত্যাৰ পৰিণতি সেয়া মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব।
বদলাপাৰা চাহ বাগিচাত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ
-
By NE NOW NEWS
- Categories: অসম
Related Content
প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰকঃ ডি ৱাই এফ আই
By
এন ই নাও নিউজ
September 16, 2024 7:42 pm
এটাও পৰীক্ষা নিকাকৈ পাতিব নোৱাৰে চৰকাৰে! ভাইৰেল হ’ল ১৫ ছেপ্তেম্বৰৰ ADRE ৰ প্ৰশ্নকাকত
By
এন ই নাও নিউজ
September 16, 2024 6:23 pm
মিছামাৰী সামৰিক ষ্টেচনত ডিফেন্স ৰিচাৰ্চ লেবৰেটৰীৰ উদ্যোগত পানী বিশুদ্ধকৰণ প্ৰযুক্তি সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী
By
এন ই নাও নিউজ
September 16, 2024 4:38 pm
তালাচীৰ নামত পৰীক্ষাৰ্থীৰ শ্লীলতা হানি সন্দৰ্ভত মানৱ অধিকাৰ আয়োগক অভিযোগ আপৰ
By
এন ই নাও নিউজ
September 16, 2024 3:38 pm
এক দেশ-এক নিৰ্বাচনৰ দ্বাৰা কাৰ কিমান লাভ? কোন দেশত আছে এই আৰ্হি, ভাৰতত প্ৰত্যাহ্বান কি?
By
এন ই নাও নিউজ
September 16, 2024 2:49 pm
স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৭২ ঘন্টীয়া অনশনৰ সামৰণি
By
এন ই নাও নিউজ
September 16, 2024 1:06 pm