যোৰহাটৰ টীয়ক অঞ্চলত দীৰ্ঘদিনৰ পৰা চলি অহা বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ দাবীত আজি আছু আৰু অসম সেনাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি যুটীয়াভাৱে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্য্যসূচীটোত অঞ্চলটোৰ বহু সংখ্যক স্থানীয় লোকেও অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে টীয়কৰ ভিতৰুৱা অঞ্চলবোৰত বনৰীয়া হাতীয়ে দীৰ্ঘদিন ধৰি উপদ্ৰৱ চলাই আহিছে যদিও বন বিভাগে ইয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।
বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ দাবীত টীয়কত আছু আৰু অসমসেনাৰ প্ৰতিবাদ
-
By NE NOW NEWS
- Categories: অসম
Related Content
কুম্ভকৰ্ণৰ সন্ধানত! দক্ষিণ কোৰিয়াত অনুষ্ঠিত হ’ল টোপনিৰ প্ৰতিযোগিতা
By
এন ই নাও নিউজ ব্যুৰো, যোৰহাট :
May 19, 2024 1:05 pm
যোৰহাটত আশ্চৰ্যকৰ ঘটনা! মদাহী স্বামীৰ বৰ্বৰতা সহিব নোৱাৰি হত্যা কৰি জ্বলাই দিলে পত্নীয়ে
By
এন ই নাও নিউজ ব্যুৰো, যোৰহাট :
May 19, 2024 1:03 pm
বিকল্প নাই! বিক্ৰী হ’ব কোম্পানী, আৰ বি আইৰ পৰা ১০ দিনৰ সময় বিচাৰিলে অনিল আম্বানীয়ে
By
এন ই নাও নিউজ ব্যুৰো, যোৰহাট :
May 19, 2024 11:55 am
ডক্টৰেট ডিগ্ৰী লাভ কৰিলে মেকুৰীয়ে; কিয় দিয়া হ’ল এই সন্মান?
By
এন ই নাও নিউজ ব্যুৰো, যোৰহাট :
May 19, 2024 10:16 am
হিচাপ এতিয়াও বাকী! আয়কৰ অভিযানত জোতা ব্যৱসায়ীৰ লুকাই ৰখা স্থানৰ পৰা উদ্ধাৰ টকাৰ পাহাৰ
By
এন ই নাও নিউজ ব্যুৰো, যোৰহাট :
May 19, 2024 8:53 am
নিৰ্বাচনৰ মাজতে নাড্ডাৰ দৰ্প! ‘বিজেপি আৰু পূৰ্বৰ দৰে আৰএছএছৰ ওপৰত নিৰ্ভৰশীল নহয়’
By
এন ই নাও নিউজ ব্যুৰো, যোৰহাট :
May 19, 2024 7:51 am