NORTHEAST NOW (Assamese)

বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ দাবীত টীয়কত আছু আৰু অসমসেনাৰ প্ৰতিবাদ

November 22, 2017 8:14 am · এন ই নাও নিউজ ব্যুৰো, যোৰহাট :
Updated: November 22, 2017 8:15 am

যোৰহাটৰ টীয়ক অঞ্চলত দীৰ্ঘদিনৰ পৰা চলি অহা বনৰীয়া হাতীৰ উপদ্ৰৱ ৰোধৰ দাবীত আজি আছু আৰু অসম সেনাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি যুটীয়াভাৱে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্য্যসূচীটোত অঞ্চলটোৰ বহু সংখ্যক স্থানীয় লোকেও অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে টীয়কৰ ভিতৰুৱা অঞ্চলবোৰত বনৰীয়া হাতীয়ে দীৰ্ঘদিন ধৰি উপদ্ৰৱ চলাই আহিছে যদিও বন বিভাগে ইয়াৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

Related News